এচ চিএনজি 2.0(বাই-ফুৱেল)
এই এচি চিএনজি 2.0(বাই-ফুৱেল)খন টাটা এচ প্লেটফৰ্মত আটাইতকৈ সফল আৰু বহুলভাৱে স্বীকৃত বাই-ফুৱেল মিনি ট্ৰাক হিচাপে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এচি চিএনজি 2.0(বাই-ফুৱেল) বা এচ বাই-ফুৱেল-খনে চিএনজি আৰু পেট্ৰ'লত চলাৰ সামৰ্থ্যৰ দুটা সুবিধা প্ৰদান কৰে। আৰু কেৱল সেয়াই নহয়, ইয়াক পোনপটীয়াকৈ চিএনজি-ত কল্ড-ষ্টাৰ্টো কৰিব পৰা যায়।
1790
জিডব্লিউভি
চিএনজি : 70L (12 KG) ... চিএনজি : 70L (12 KG) + পেট্ৰ'ল 5L
ফুৱেল টেংকৰ ক্ষমতা
694cc বাই-ফুৱেল ... 694cc বাই-ফুৱেল (চিএনজি + পেট্ৰল) (275 MPFI BI-FUEL04)
ইঞ্জিন
অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

- অধিক পাৱাৰ: অধিক বেছি স্পীডৰ বাবে 22 kW পাৱাৰ
- অধিক পিকআপ: অধিক খৰকৈ ট্ৰিপ মাৰিবলৈ 55 Nm পিকআপ

- কম ইন্ধন খৰচী 2 চিলিণ্ডাৰ 694cc বাই-ফুৱেল ইঞ্জিন
- অধিক মাইলেজৰ বাবে গীয়েৰ শ্বিফ্ট এডভাইজৰ

- কেবিনৰ সা-সুবিধাসমূহ - চালকৰ আৰামৰ বাবে ফ্লেট ছীট
- অতিৰিক্ত সুৰক্ষাৰ বাবে শক্তিশালী ইলুমিনেশ্যন হেডলাইট
- অনায়াস পেণ্ডেণ্ট টাইপ একচেলেৰেটৰ, ব্ৰেক আৰু ক্লাচ পেডেল
- হেড ৰেষ্ট যুক্ত ছীট আৰু ভৰি থ'বৰ বাবে আহল-বহল মুকলি ঠাই
- কম কষ্ট কৰিবলগীয়া ষ্টীয়েৰিং হুইল
- এৰ্গোনমিক গিয়েৰ শ্বিফ্ট লিভাৰ আৰু নব
- স্বচ্ছভাৱে দেখিবলৈ পোৱা ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ

- 2520 মিঃমিঃ দীঘল লোড বডী
- ফ্ৰণ্ট আৰু ৰীয়েৰ লীফ স্প্ৰিং ছাছপেন্সনৰ বাবে অধিক লোড কৰিব পৰা ক্ষমতা
- 800 কিঃগ্ৰাঃৰ অধিক পেলোড

- বাহনখনৰ দীৰ্ঘজীৱনৰ বাবে হেভী ডিউটি চেছিছ
- কম মেৰামতি ব্যয়ৰ বাবে লীফ স্প্ৰিং ছাছপেন্সন

- সম্পূৰ্ণ মানসিক প্ৰাশান্তিৰ বাবে 12 কিঃগ্ৰাঃ চিএনজি চিলিণ্ডাৰ +5L পেট্ৰল ফুৱেল টেংক
- 2520 মিঃমিঃ দীঘল লোড বডীৰে সৈতে 16% অধিক লোডিং ঠাই
- এট অনুকুলীত 2 চিলিণ্ডাৰ ইঞ্জিনৰ যোগেদি অধিক মাইলেজ
ইঞ্জিন
প্ৰকাৰ | 4 ষ্ট্ৰোক, ৱাটাৰ কুল্ড, মাল্টিপইণ্ট গেছ ইঞ্জেকশ্যন, ডেডিকেটেড চিএনজি ইঞ্জিন |
পাৱাৰ | 30 HP ( 22 kW ) @ 4000 RPM; চিএনজি: 25 HP ( 18.3 kW ) @ 4000 rpm |
টৰ্ক | পেট্ৰল: 55 Nm @ 2500 RPM; চিএনজি: 49-50 Nm @ 2500 rpm |
গ্ৰেডেবিলিটি | 27.5 % (চিএনজি মোড) 34.5% (পেট্ৰল মোড) |
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ | GBS 65- 5/6.31 |
ষ্টীয়েৰিং | মেনুৱেল। 27.9-30.4(ভেৰিয়েবল ৰেচিঅ'); 380mm dia |
সৰ্বাধিক স্পীড | ঘণ্টাত 70 কিঃমিঃ |
ব্ৰেকসমূহ
ব্ৰেকসমূহ | ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক |
ৰিজেনেৰেটিভ ব্ৰেক | - |
ছাছপেন্সন ফ্ৰণ্ট | পেৰাবলিক লীফ স্প্ৰিং যুক্ত ৰিজিড এক্সেল |
ছাছপেন্সন ৰীয়েৰ | ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং যুক্ত লাইভ এক্সেল |
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ | 145 R12 LT 8PR RADIAL (টিউৱলেছ টাইপ) |
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ | 4075 |
প্ৰস্থ | 1500 |
উচ্চতা | 1840 |
হুইলবেছ | 2250 |
ফ্ৰণ্ট ট্ৰেক | 1300 |
ৰীয়েৰ ট্ৰেক | 1320 |
গ্ৰাউণ্ড ক্লীয়েৰেন্স | 160 |
ন্যূনতম টিচিআৰ | - |
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ | 1790 |
পেলোড | CLB:800 |
বেটাৰী
বেটাৰী ৰসায়ন | - |
বেটাৰীৰ শক্তি (kWh) | - |
আইপি ৰেটিং | - |
প্ৰমাণিত ৰেঞ্জ | - |
মন্থৰ চাৰ্জিং সময় | - |
দ্ৰুত চাৰ্জিং সময় | - |
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি | 27.5 % (চিএনজি মোড) 34.5% (পেট্ৰল মোড) |
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ | D+1 |
ৱাৰেণ্টী | 3 বছৰ / 72000 কিঃমিঃ |
বেটাৰীৰ ৱাৰেণ্টী | - |
Applications
জড়িত বাহনবোৰ

এচ প্ৰ' পেট্ৰ'ল
1460 কিঃগ্ৰাঃ
জিডব্লিউভি
পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ
ফুৱেল টেংকৰ ক্ষমতা
694 cc
ইঞ্জিন

এচ প্ৰ' বাই-ফুৱেল
1535 কিঃগ্ৰাঃ
জিডব্লিউভি
চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L
ফুৱেল টেংকৰ ক্ষমতা
694cc engine
ইঞ্জিন

টাটা এচ ফ্লেক্স ফুৱেল
1460
জিডব্লিউভি
10 L
ফুৱেল টেংকৰ ক্ষমতা
694cc, 2 চিলিণ্ডাৰ, ... 694cc, 2 চিলিণ্ডাৰ, গেছোলিন ইঞ্জিন
ইঞ্জিন
NEW LAUNCH
