সংযোজিত সেৱাসমূহ
আপুনি ক্ৰয় কৰা ট্ৰাকবোৰৰ বাবে
তথ্য জানিব লাগিব তেতিয়াহে উন্নতি হ'ব
ফ্লীট এজ্জ-ত দূৰৱৰ্তীভাৱে বাহন চলাচলৰ লাইভ আপডেট লাভ কৰক
ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ পৰা ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰালৈকে, সকলো ক্ষেত্ৰতে লাগে বাস্তৱিক সময়ত প্ৰদান কৰা প্ৰাসঙ্গিক তথ্য। টাটা মটৰ্ছ ফ্লীটএজ্জ-এ ইয়াৰ অভ্যন্তৰীণ, অত্যাধুনিক সংযোজিত প্লেটফৰ্ম প্ৰযুক্তিৰ যোগেদি, আপোনাৰ ব্যৱসায়ৰ বিৰাট সফলতাৰ বাবে উন্নত সিদ্ধান্ত গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী, ডাটা-চালিত, বাস্তৱিক সময়ৰ ব্যৱসায় গঢ়ি তোলাৰ পথত আপোনাৰ ব্যৱসায়ক প্ৰতিটো প্ৰয়োজনীয়তা প্ৰদান কৰে।
1.59L+
মুঠ ব্যৱহাৰকৰ্তা
3.74L+
মুঠ বাহন
456M+
মুঠ বাহন
সম্পূৰ্ণ সেৱা 2.0
আপুনি যেতিয়া এখন টাটা মটৰ্ছ ট্ৰাক ক্ৰয় কৰে, তেতিয়া আপুনি কেৱল এটা সামগ্ৰী ক্ৰয় কৰাই হয় তাৰ লগতে সেৱা, পথৰ কাষৰ সহায়, বীমা, আনুগত্য আৰু বহুতো সুবিধা অন্তৰ্ভুক্ত থকা অজস্ৰ সেৱাও ক্ৰয় কৰে। আপুনি এতিয়া আপোনাৰ ব্যৱসায়ত অন্তঃকৰকণৰে সৈতে মনোযোগ দিব পাৰে, আৰু সম্পূৰ্ণসেৱা-ক বাকীবোৰৰ যত্ন ল'বলৈ এৰি দিব পাৰে।
সম্পূৰ্ণ সেৱা 2.0 হৈছে একেবাৰে নতুন আৰু পৰিবৰ্ধিত। এই নিৰন্তৰ উন্নত কৰি থকা সামগ্ৰিক সেৱা প্ৰস্তুত কৰিবৰ বাবে আমি 6.5 নিযুতৰো অধিক গ্ৰাহকৰ পৰা মতামত সংগ্ৰহ কৰিছো যিসকলে যোৱা বছৰটোত আমাৰ কেন্দ্ৰবোৰ পৰিদৰ্শন কৰিছে।
আপুনি 29 টা ৰাজ্যিক সেৱা কাৰ্যালয় সামৰি লোৱা 1500 ৰো অধিক চেনেল অংশীদাৰ, 250+ টাটা মটৰ্ছ অভিযন্তা, আধুনিক সা-সৰঞ্জাম আৰু সুবিধাৰ লগতে 24x7 মোবাইল ভেন সহায়ৰ দ্বাৰা উপকৃত হ'ব।
টাটা অ'কে
টাটা অ'কে হৈছে পূৰ্ব-মালিকানাধীন টাটা মটৰ্ছ বাণিজ্যিক বাহনবোৰ বিক্ৰী বা ক্ৰয় কৰাৰ ক্ষেত্ৰত পছন্দৰ বিকল্প। টাটা অ'কে-ই সৰ্বশ্ৰেষ্ঠ বজাৰ মূল্যৰ লগতে ঘৰতে আহি আৰু বিনামূলীয়াকৈ মূল্যায়ন কৰাৰ দৰে বহুতো সুবিধাৰ ব্যৱস্থা কৰি দিয়াৰ নিশ্চয়তা প্ৰদান কৰে। আপোনাৰ অলপো ঝামেলা নথকা বিক্ৰী বা ক্ৰয়ৰ অভিজ্ঞতা সুনিশ্চিত কৰিবলৈ আমি পুনৰ্নিৰ্মাণ কৰা বাহনৰ উৎস সৃষ্টি আৰু ক্ৰয়, মূল্যায়ন, পুনৰ্নিৰ্মাণ আৰু বিক্ৰীৰ প্ৰতিটো পৰ্যায়তে জড়িত আছোঁ।
টাটা গুৰু
2008-09 বৰ্ষত, টাটা বাণিজ্যিক বাহনৰ বাবে মুঠ 6.9 নিযুত মেৰামতিৰ কাম হৈছিল যাৰ ভিতৰত মাত্ৰ 2.7 নিযুত কামতহে টাটা কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বা সেৱা কেন্দ্ৰসমূহৰ দ্বাৰা সেৱা প্ৰদান কৰা হৈছিল, অৰ্থাৎ 60% ৰো অধিক কামত টাটা মটৰ্ছে সেৱা প্ৰদান নকৰি ব্যক্তিগত বা অকৰ্তৃত্বশীল ৱৰ্কশ্বপসমূহৰ দ্বাৰা কৰাইছিল। লগতে, গ্ৰাহকসকলৰ বাবে এই কামবোৰত ব্যৱহৃত পাৰ্টছবোৰৰ বিশুদ্ধতাৰ কোনো নিশ্চয়তা নাছিল - সেইটো সম্পূৰ্ণৰূপে ব্যক্তিগত ৱৰ্কশ্বপৰ মেকানিকজনৰ ওপৰত নিৰ্ভৰ কৰিছিল।

যিকোনো সহায়ৰ বাবে, এতিয়াই ফোন কৰক
বিক্ৰী / সেৱা / সামগ্ৰী সম্পৰ্কীয় বিষয়বোৰত সহায় লাভ কৰক। আমাৰ ভাৰত সকলো গ্ৰাহকৰ বাবে আমি স্পেয়াৰ পাৰ্টছৰ উপলব্ধতা সুনিশ্চিত কৰোঁ।
নিঃশুল্ক নম্বৰত ফোন কৰক
18002097979