7 খন বিভিন্ন প্ৰকাৰৰ পিক আপচ্ বজাৰত যোগান ধৰি টাটা মটৰচে্ বিশ্বৰ ভিতৰত প্ৰথম ওইএম হিচাপে বিশ্বজনীন মানদণ্ড গঢ়ি তুলিছে। যোদ্ধা 2.0, যোদ্ধা আই এফ অচ, ক্ৰিউ কেব, ইণ্ট্ৰা V50, V30 আৰু V10 ক সামৰি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সাজি উলিওৱা হৈছে। গাঁৱলীয়া আৰু নগৰীয়া ভূ-খণ্ডৰ কথা আগত ৰাখি মুনাফা আৰু নিৰবচ্ছিন্ন প্ৰদৰ্শন তথা বিভিন্ন ধৰণৰ বোজা বহনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সমূহ বাহন ডিজাইন কৰা হৈছে ।
আপোনাৰ পৰিবহণৰ প্ৰয়োজনীয়তা যিয়েই নহওঁক কিয়, টাটা মটৰচ্ ক্ষুদ্ৰ বাণিজ্যিক বাহনে বিভিন্ন প্ৰয়োগত সমৰ্থন জনায় অন্তিম মাইললৈকে সামগ্ৰী পঠিওৱাত সহায় কৰে
We would be glad to be of service to you. We look forward to your suggestions and feedback. Kindly fill up the form below.