
বিশ্বাসী টাটা এচ বাহনে 23 মিলিয়ন ঔদ্যোগীক ব্যক্তিক তেওঁলোকৰ সফলতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে। ভাৰতবৰ্ষৰ আটাইতকৈ অধিক মানুহে বিছৰা ক্ষুদ্ৰ বাণিজ্যিক বাহন সমূহৰ ভিতৰত ই হ’ল এখন বাহন। টাটা এচ পৰিয়ালে বিভিন্ন ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি ডিজেল, পেট্ৰ্ল আৰু চিএনজি বিকল্পৰ বাহন যোগান ধৰি আহিছে। টাটা এচে অধিক ৰাহিৰ বাবে নিম্ন পৰিচালন খৰছ, উন্নত মাইলেজ আৰু উৎপাদনশীলতা বৃদ্ধি কৰি বাহন সমূহ বিশেষভাৱে সাজি উলিয়াইছে। সম্পূৰ্ণ মনৰ শান্তি সুনিশ্চিত কৰি টাটা এচ মডেল সমূহে 2 বছৰ/72000 কিলোমিটাৰৰ ৱাৰেণ্টি আগবঢ়াইছে। টাটা এচ গোল্ড ডিজেল প্লাচৰ সৈতে সফলতাৰ অভিজ্ঞতা লাভ কৰক।
আপোনাৰ নিজৰ পৰিবহন ব্যৱসায়ৰ সৈতে সফলতা প্ৰাপ্ত কৰক
We would be glad to be of service to you. We look forward to your suggestions and feedback. Kindly fill up the form below.