• Image
    tata yodha
    Image
    tata yodha mobile banner
 
 
 

টাটা যোদ্ধা

টাটা যোদ্ধা পিকআপখন সেইসকল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে যিসকলে সফলতাৰ পথত কোনোমতেই থমকি নৰয় আৰু নিজৰ উচ্চাকাংক্ষাসমূহ পূৰণ কৰে। এই টাটা যোদ্ধা-ই ইয়াৰ অনন্য বৈশিষ্ট্যসমূহৰ লগতে অত্যন্ত ইন্ধন দক্ষ ইঞ্জিনৰ জৰিয়তে অতি গধুৰ কাম কৰাৰ কৰ্মক্ষমতা আৰু পৰিবৰ্ধিত উপাৰ্জন ক্ষমতা প্ৰদান কৰে। টাটা যোদ্ধা পিকআপে স্বচ্ছন্দৰূপত যাত্ৰা কৰিবৰ বাবে আহল-বহল কাৰ্গো লোডিং এৰীয়া আৰু উৎকৃষ্ট চাচপেনশ্বন প্ৰদান কৰে যি চালকজনৰ ভাগৰ কমায় আৰু দীঘলীয়া, অধিক ভ্ৰমণ সুনিশ্চিত কৰে। প্ৰতিটো পৰিবহন আৰু ব্যৱসায়ৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ এই টাটা যোদ্ধা 4x2 আৰু 4x4 ড্ৰাইভ বিকল্পৰ সৈতে ছিংগল কেব আৰু ক্ৰু কেবিন ভেৰিয়েণ্টত পোৱা যায়। এই টাটা যোদ্ধা পিকআপে প্ৰতিটো ট্ৰিপত অতি কম টিচিঅ' (মালিকীস্বত্বৰ মুঠ ব্যয়) আৰু সৰ্বাধিক লাভ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। টাটা যোদ্ধা পিকআপ ৰেঞ্জটো এটা জপাই থ'ব পৰা ষ্টীয়েৰিং হুইলৰ যোগেদি ইয়াত বহি যোৱা মানুহ আৰু ই কঢ়িয়াই অনা সামগ্ৰীবোৰক সৰ্বাধিক সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্মাণ কৰা হৈছে যি সন্মুখৰ পৰা খুন্দা খালেও সৰ্বাধিক সুৰক্ষা সুনিশ্চিত কৰে। ইয়াৰ সন্মুখত লগোৱা এণ্টি-ৰোল বাৰ আৰু এডাল বহল পিছফালৰ এক্সেল ট্ৰেকে সুস্থিৰতা বৃদ্ধি কৰিছে, যি ইয়াক ৰাস্তাৰ আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ ষ্টাইলিছ পিকআপবোৰৰ ভিতৰত অন্যতম কৰি তুলিছে।

যোদ্ধা 2.0 : বাট-পথ নাইকিয়া ঠাইতো পামৰ পৰা বজাৰলৈ সৰহীয়াকৈ গধুৰ মালবস্তু কঢ়িয়াবৰ বাবে নিৰ্মাণ কৰা, 2 টন পেলোড কঢ়িয়াই নিয়াৰ সামৰ্থ থকা, ই হৈছে এই খণ্ডটোৰ ভিতৰতে প্ৰথম।

প্ৰডাক্টসমূহ চাওক

 

বিভিন্ন প্ৰয়োগৰ বাহন

ফল আৰু পাচলি

খাদ্যশস্য

নিৰ্মাণ

লজিষ্টিক

মীন পালন

এফএমচিজি

গাখীৰ

আপোনাৰ সফলতাৰ অভিযান সন্ধান কৰক

YODHA 4x4 Single Cabin

YODHA 4X4 SINGLE CABIN

2990

জিডব্লিউভি

52 L

ফুৱেল টেংকৰ ক্ষমতা

2179 cc

ইঞ্জিন

tata yodha cng

যোদ্ধা CNG

3 490 কিঃগ্ৰাঃ

জিডব্লিউভি

2 চিলিণ্ডাৰ, 90 ... 2 চিলিণ্ডাৰ, 90 L পানীৰ সামৰ্থতা

ফুৱেল টেংকৰ ক্ষমতা

2 956 CC

ইঞ্জিন

Tata Yodha 1700

যোদ্ধা 1700

3490

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

Tata Yodha 2.0

যোদ্ধা 2.0

3840

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন