Small Commercial Vehicles
Assamese
Change Language
এচ ইভি 1000
টাটা এচ ইভি 1000 হৈছে ইভিঅ'জেনৰ দ্বাৰা চালিত, 1000 কিলোগ্ৰাম পেলোড যুক্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ বৈদ্যুতিক মিনি ট্ৰাক। এচ ইভি 1000-এ লাষ্ট মাইল আৰ্বান কাৰ্গো পৰিবহনৰ বাবে কেতবোৰ নিৰ্গমন-শূন্য ব্যৱস্থাৰ যোগেদি নিষ্ঠা সহকাৰে সময়োচিত সামগ্ৰী যোগানৰ বাবে এক সৰ্বাত্মক সমাধান আগবঢ়ায়। এই এচ ইভি 1000 খনত এবাৰ চাৰ্জ কৰি 161*কিঃমিঃলৈকে চলাৰ সুবিধা আছে আৰু আছে 7* বছৰৰ বেটাৰী ৱাৰেণ্টি আছে
2120 কিঃগ্ৰাঃ
জিডব্লিউভি
NA
ফুৱেল টেংকৰ ক্ষমতা
NA
ইঞ্জিন
অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক
- অধিক খৰকৈ ট্ৰিপ মাৰিবলৈ 130 Nm-ৰ অধিক পিকআপ আৰু 36 HP-ৰ পাৱাৰ
- কেৱল এটা চাৰ্জতে 161* কিঃমিঃ এআৰএআই প্ৰমাণিত ৰেঞ্জ
- ব্ৰেক মাৰোঁতে, ইঞ্জিন ষ্টাৰ্ট নকৰাকৈ এঢলীয়াত নামি যাওঁতে ৰিজেনেৰেটিভ ব্ৰেকিং
- ফাষ্ট চাৰ্জিং 105* মিনিটত - একাধিক শ্বিফ্টত কাম কৰাত সক্ষমিত কৰে
- ভাগৰ নলগাকৈ চলাবৰ বাবে ক্লাচ্চবিহীন অপাৰেচন আৰু একক স্পীড গিয়াৰ বক্স
- কম কষ্ট কৰিবলগীয়া ষ্টীয়েৰিং হুইল
- বাস্তৱিক সময়ৰ বাহন ট্ৰেকিং আৰু বিশ্লেষণৰ বাবে ফ্লীটএজ্জ সমাধান
- 16 Amp ছকেটৰ যোগেদি ঘৰতে সহজ চাৰ্জিং
- ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ
- হেড ৰেষ্ট যুক্ত ছীট আৰু ভৰি থ'বৰ বাবে আহল-বহল মুকলি ঠাই
- 1000 কিঃগ্ৰাঃৰ অধিক পেলোড
- ফ্ৰণ্ট আৰু ৰীয়েৰ লীফ স্প্ৰিং ছাছপেন্সনৰ বাবে অধিক লোড কৰিব পৰা ক্ষমতা
- হেভী ডিউটি চেছিছ
- অধিক লোড কৰা ক্ষমতাৰ বাবে বৃহৎ 13" টায়াৰ
- চলমান পাৰ্টছ অতি কম যাৰ ফলত তত্বাৱধান কম হয় আৰু আপটাইম অধিক হয়
- পৰিচালন ব্যয় কম যাৰ ফলত চলোৱা খৰচত বহুত ৰাহি হয়
- বৰ্ধিত বেটাৰী সুৰক্ষা আৰু ইয়াৰ জীৱন কালৰ বাবে লিকুইড কুল্ড বেটাৰী কুলিং প্ৰযুক্তি
- অধিক লাভ অৰ্জন কৰিবৰ বাবে অধিক লোড কৰিব পৰা ক্ষমতা
- কেৱল এটা চাৰ্জতে 161* কিঃমিঃৰ ৰেঞ্জ যাৰ ফলত চলোৱা খৰচত বহুত ৰাহি হয়
- বেটাৰীৰ বৰ্ধিত জীৱন কাল সহ 7* বছৰৰ HV বেটাৰী ৱাৰেণ্টী
ইঞ্জিন
| প্ৰকাৰ | লিথিয়াম আয়ন আইৰণ ফছফেট (LFP) বেটাৰী |
| পাৱাৰ | 27 kW (36 HP) @ 2000 rpm |
| টৰ্ক | 130 Nm @ 2000 rpm |
| গ্ৰেডেবিলিটি | 20% |
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
| গীয়েৰ বক্সৰ প্ৰকাৰ | ছিংগল স্পীড গীয়েৰবক্স |
| ষ্টীয়েৰিং | মেকানিকেল, ভেৰিয়েবল ৰেচিঅ' |
| সৰ্বাধিক স্পীড | ঘণ্টাত 60 কিঃমিঃ |
ব্ৰেকসমূহ
| ব্ৰেকসমূহ | ডুৱেল চাৰ্কিট হাইড্ৰলিক ব্ৰেক |
| ৰিজেনেৰেটিভ ব্ৰেক | হয় |
| ছাছপেন্সন ফ্ৰণ্ট | পেৰাবলিক লীফ স্প্ৰিং যুক্ত ৰিজিড এক্সেল |
| ছাছপেন্সন ৰীয়েৰ | ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং যুক্ত লাইভ এক্সেল |
হুইল আৰু টায়াৰসমূহ
| টায়াৰসমূহ | 155 R13 LT 8PR RADIAL (টিউৱলেছ টাইপ) |
বাহনৰ আকাৰ (মিঃমিঃ)
| দীঘ | 3800 মিঃমিঃ |
| প্ৰস্থ | 1500 মিঃমিঃ |
| উচ্চতা | 1840 মিঃমিঃ |
| হুইলবেছ | 2100মিঃমিঃ |
| ফ্ৰণ্ট ট্ৰেক | 1310 |
| ৰীয়েৰ ট্ৰেক | 1343 |
| গ্ৰাউণ্ড ক্লীয়েৰেন্স | 160 মিঃমিঃ |
| ন্যূনতম টিচিআৰ | 4300 মিঃমিঃ |
ওজন (কিঃগ্ৰাঃ)
| জিভিডব্লিউ | 2120 কিঃগ্ৰাঃ |
| পেলোড | 1000 কিঃগ্ৰাঃ |
বেটাৰী
| বেটাৰী ৰসায়ন | LFP (Lithium-Iron Phosphate) |
| বেটাৰীৰ শক্তি (kWh) | 21.3 |
| আইপি ৰেটিং | 67 |
| প্ৰমাণিত ৰেঞ্জ | কেৱল এটা চাৰ্জত 161 কিঃমিঃ |
| মন্থৰ চাৰ্জিং সময় | 7 ঘণ্টা (10% ৰপৰা 100%) |
| দ্ৰুত চাৰ্জিং সময় | 105 মিনিট (10% ৰপৰা 80%) |
কৰ্মক্ষমতা
| গ্ৰেডেবিলিটি | 20% |
ছীটিং আৰু ৱাৰেণ্টী
| আসনসমূহ | D+1 |
| ৱাৰেণ্টী | 3 বছৰ / 125,000 কিঃমিঃ |
| বেটাৰীৰ ৱাৰেণ্টী | 7 yrs / 175000 kms |
জড়িত বাহনবোৰ
ইন্ট্ৰা ইভি পিকআপ
3310 কেজি
জিডব্লিউভি
28.2 কিলোৱাট ঘণ্ ... 28.2 কিলোৱাট ঘণ্টা (এল এফ পি)
ফুৱেল টেংকৰ ক্ষমতা
320V
ইঞ্জিন







