• Image
    1
  • Image
    2
  • Image
    3

ইন্ট্ৰা V20

টাটা ইন্ট্ৰা হৈছে বাণিজ্যিক বাহনসমূহৰ বাবে টিএমএল-ৰ নতুন 'প্ৰিমিয়াম টাফ' ডিজাইন দৰ্শনৰ ওপৰত নিৰ্মিত একশ্ৰেণীৰ কিছুমান পিকআপ য'ত সুদৃঢ়তা আৰু নিৰ্ভৰযোগ্যতাৰ সৈতে চকুত লগা সমৃদ্ধতা আৰু অত্যাধুনিকতাৰ কেতবোৰ পৰিবৰ্ধিত মাত্ৰাৰ সমাহাৰ ঘটিছে। ইন্ট্ৰা V20 গ'ল্ড হৈছে ভাৰতৰ প্ৰথমখন* বাই-ফুৱেল পিকআপ ট্ৰাক। ই সেইসকল লোকৰ বাবে এখন উপযুক্ত বাহন যিসকলে তেওঁলোকৰ বাহনবোৰ নগৰীয়া, অৰ্ধ নগৰীয়া আৰু ঘাইপথসমূহত চল

2265

জিডব্লিউভি

35/5 L চিএনজি চিলিণ্ ... 35/5 L চিএনজি চিলিণ্ডাৰ সামৰ্থ্য- 80 L(45L+35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 cc

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

 Superior Flexibility
  • সেউজ ইন্ধন (চিএনজি) ব্যৱহাৰ কৰি প্ৰদূষণ হ্ৰাস কৰে
  • পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰাৰ যোগেদি পৰিষ্কাৰ ইঞ্জিন

Superior Range Ability
  • দূৰ-দূৰণিলৈ যাত্ৰা কৰাৰ সময়ত 700 কিঃমিঃ পৰ্যনাত কোনো চিন্তা নাই

 Superior Load ability
  • বিশাল লোডিং এৰীয়া: 2690 মিঃমিঃ (8.8 ফুট) x 1620 মিঃমিঃ (5.3 ফুট) x 300 মিঃমিঃ (1 ফুট)
  • অধিক কাৰ্যক্ষমতা: টাটা মটৰ্ছ প্ৰমাণিত ইঞ্জিন REVTRN18 1.2 L, 1.2L NGNA চিএনজি, 3-চিলিণ্ডাৰ
  • শক্তি:
    • পেট্ৰল: 43 kW @ 4000 rpm (58.4 HP)
    • চিএনজি: 39 kW @ 4000 rpm (53.0 HP)
  • টৰ্ক:
    • পেট্ৰল: 106 Nm @ 1800 - 2200 rpm
    • চিএনজি: 95 Nm @ 1800 - 2200 rpm
  • উন্নত গাঁথনিমূলক শক্তি, হাইড্ৰ' ফৰ্মিং চেচিছৰ পৰা বহুত বেছি দিন টিকি থাকে
  • অধিক লোড কঢ়িয়াব পৰা সামৰ্থতা: লীফ স্প্ৰিং ছাছপেন্সন (আগফালে 4 টা ছেমি-এলিপ্টিকেল লীফ, পিছফালে 6 টা ছেমি-এলিপ্টিকেল লীফ)
  • অধিক গ্ৰাউণ্ড ক্লীয়েৰেন্স: আনকি একেবাৰে বেয়া ৰাস্তাতো সুস্থিৰতাৰ বাবে 175 মিঃমিঃ
  • অধিক গ্ৰেডেবিলিটি: পেট্ৰলৰ বাবে 30% আৰু চিএনজিৰ বাবে 28% থিয় ফ্লাইঅভাৰবোৰত নিৰ্বিঘ্নে উঠিবলৈ

Superior Drivability
  • সকলো চিএনজি চালিত পিকআপত আটাইতকৈ চমু ফুটপ্ৰিণ্ট যুক্ত চহৰৰ যান-বাহনৰ ভিৰত সহজ ড্ৰাইভিং
  • চহৰত সহজ নেভিগেশ্যনৰ বাবে 5250 মিঃমিঃৰ সৰু টাৰ্ণিং চাৰ্কল ৰেডিয়াছ
  • এৰ্গোনোমিক ষ্টীয়েৰিং হুইল
  • ডেশ্ববোৰ্ডত লগোৱা গীয়েৰ লিভাৰে প্ৰদান কৰে ৱাক-থ্ৰু কেবিনৰ সুবিধা
  • অনায়াস ড্ৰাইভিঙৰ বাবে ইলেক্ট্ৰিক পাৱাৰ এছিষ্টেড ষ্টীয়েৰিং
  • আৰামদায়ক লং ড্ৰাইভৰ বাবে আৰামদায়ক ছীট আৰু চাপৰ এনভিএইচ

 Superior Profitability
  • ইন্ধন অতি কমকৈ খৰচ কৰিবৰ বাবে গীয়েৰ শ্বিফ্ট এডভাইজৰ
  • ইন্ধন খৰচ কম কৰিবৰ বাবে চিএনজি ষ্টাৰ্টৰ সুবিধা আছে
  • বাহনৰ উৎকৃষ্ট ট্ৰেকিং সক্ষম কৰা টেলিমেটিক্স আছে যি জিঅ' ফেঞ্চিং, অৱস্থান ট্ৰেকিং আৰু বাহনৰ কাৰ্যক্ষমতা ট্ৰেকিং কৰাত সহায় কৰে
  • তত্বাৱধান ব্যয় অতি কম আৰু মুঠ জীৱনকাল দীৰ্ঘদিনীয়া

TATA INTRA CNG Advantage
  • লীক প্ৰুফ ডিজাইন: চিএনজি কিটত ব্যৱহাৰ কৰা হৈছে ষ্টেইনলেছ ষ্টীল টিউব আৰু ফিটমেণ্ট
  • মাইক্ৰ' ছুইচ্চে ইন্ধন টেংকৰ ঢাকনিখন খোল খাই থকা অৱস্থাত বাহনখন ষ্টাৰ্ট নোহোৱাটো সুনিশ্চিত কৰে
  • থাৰ্মেল ইন্সিডেণ্ট প্ৰটেকশ্যনে যিকোনো উত্তাপজনিত ঘটনাৰ ক্ষেত্ৰত চিএনজি যোগান বন্ধ কৰাটো সুনিশ্চিত কৰে
  • লীক ডিটেকশ্যন ফীচ্চাৰে গেছ লীক হ'লে বাহনখন স্বয়ংক্ৰিয়ভাৱে চিএনজিৰ পৰা পেট্ৰ'ললৈ সলনি হোৱাটো সুনিশ্চিত কৰে
  • বুদ্ধিমত্তাৰে লগোৱা অগ্নিনিৰ্বাপক সঁজুলিয়ে বাহনখন নিৰাপদে থকাটো সুনিশ্চিত কৰে
  • বাহনখন চিএনজি আৰু পেট্ৰ'লত ষ্টাৰ্ট কৰিব পাৰি যি গ্ৰাহকসকলক কম ইন্ধন খৰচ হোৱাৰ সুবিধা প্ৰদান কৰে
  • V20 পিকআপ বাই-ফুৱেলখন অতি কঠোৰভাৱে পৰীক্ষা কৰি চোৱা হৈছে, আৰু লগতে কেৱল সৰ্বোত্তম মানদণ্ডৰ যন্ত্ৰ-পাতিহে লগোৱা হৈছে
  • ভৱিষ্যত প্ৰজন্মৰ বাবে বাহনখনে সুনিশ্চিত কৰিছে এক অধিক সুস্থ আৰু অধিক সেউজ পৰিৱেশ

TATA ADVANTAGE
  • 3 বছৰ / 1 00 000 কিঃমিঃৰ প্ৰামাণিক ৱাৰেণ্টী (যিটোৱেই আগতে হয়)
  • 24-ঘণ্টীয়া টুল-ফ্ৰী হেল্পলাইন নম্বৰ (1800 209 7979)
  • মানসিক প্ৰশান্তি: টাটা সমৰ্থ আৰু সম্পূৰ্ণ সেৱা পেকেজ
ইঞ্জিন
প্ৰকাৰ 1.2 L NGNA CNG, 3 চিলিণ্ডাৰ
পাৱাৰ পেট্ৰল: 43 Kw @ 4000 rpm (58.4 HP) চিএনজি: 39 Kw @ 4000 rpm (53.0 HP)"
টৰ্ক পেট্ৰল: 106 Nm @ 1800 - 2200 rpm চিএনজি: 95 Nm @ 1800 - 2200 rpm"
গ্ৰেডেবিলিটি 28 % (চিএনজি মোড), 30 % (পেট্ৰল মোড)
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ জিবিএছ 65 ছিঙ্ক্ৰ'মেছ 5F + 1R
ষ্টীয়েৰিং ইলেক্ট্ৰিক পাৱাৰ ষ্টীয়েৰিং
সৰ্বাধিক স্পীড প্ৰতি ঘণ্টাত 80 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট ব্ৰেক - ডিস্ক ব্ৰেক; ৰীয়েৰ ব্ৰেক - ড্ৰাম ব্ৰেক;
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট ছেমি এলিপ্টিকেল লীফ স্প্ৰিংসমূহ - 4 লীভছ
ছাছপেন্সন ৰীয়েৰ ছেমি এলিপ্টিকেল লীফ স্প্ৰিংসমূহ - 6 লীভছ
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ টায়াৰ 14 ইঞ্চি ৰেডিয়েল টিউৱলেছ টায়াৰ (165R14) ৰেডিয়েল
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 4460 মিঃমিঃ
প্ৰস্থ -
উচ্চতা -
হুইলবেছ 2450 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স 175
ন্যূনতম টিচিআৰ -
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 2265
পেলোড 1000
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 28 % (চিএনজি মোড), 30 % (পেট্ৰল মোড)
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 1 00 000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -
Tata Intra V20 | Best in Class Maneuverability
Tata Intra V20 | Best in Class Maneuverability

Applications

জড়িত বাহনবোৰ

Tata Intra V10

ইন্ট্ৰা V10

2120

জিডব্লিউভি

35 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

798 cc

ইঞ্জিন

Tata Intra V20

ইন্ট্ৰা V20

2265

জিডব্লিউভি

35/5 L চিএনজি চি ... 35/5 L চিএনজি চিলিণ্ডাৰ সামৰ্থ্য- 80 L(45L+35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 cc

ইঞ্জিন

Image V70 Gold right I

ইন্ট্ৰা V70

3490 কিঃগ্ৰাঃ

জিডব্লিউভি

35 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

1497 cc

ইঞ্জিন

Tata Intra V20 Gold

ইন্ট্ৰা V20 গ'ল্ড

2550 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰ'ল ইন্ ... পেট্ৰ'ল ইন্ধন টেংক - 35L / 5L চিএনজি চিলিণ্ডাৰ - 110 L(45L+35L আৰু 30L)

ফুৱেল টেংকৰ ক্ষমতা

1199 CC ডিআই ইঞ্জিন

ইঞ্জিন

NEW LAUNCH
Tata Ace New Launch