Small Commercial Vehicles
ইন্ট্ৰা V70
আমাৰ 'প্ৰিমিয়াম টাফ' ডিজাইন দৰ্শনৰ ওপৰত নিৰ্মিত, এই টাটা ইন্ট্ৰা হৈছে 1 লাখৰো অধিক গ্ৰাহকৰ প্ৰিয় বাহন। টাটা ইন্ট্ৰা V10, টাটা ইন্ট্ৰা V20 বাই-ফুৱেল, টাটা ইন্ট্ৰা V30 আৰু টাটা ইন্ট্ৰা V50 সমগ্ৰ দেশখনতে সু-স্বীকৃিত হৈছে, এতিয়া টাটা মটৰ্ছে যুগান্তকাৰী টাটা ইন্ট্ৰা V70 খন আগবঢ়াই ইয়াৰ পোৰ্টফলিঅ' অধিক সম্প্ৰসাৰিত কৰিছে।
3490 কিঃগ্ৰাঃ
জিডব্লিউভি
35 লিঃ
ফুৱেল টেংকৰ ক্ষমতা
1497 cc
ইঞ্জিন
অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক
- আহল-বহল কাৰ্গো স্পেচৰ বাবে আটাইতকৈ দীঘল 2960 মিঃমিঃ (9.7 ফুট) লোড বডী
- বয়-বস্তু লোড কৰাৰ বৈচিত্ৰতা সুনিশ্চিত কৰিবলৈ 1750 মিঃমিঃ (5.7 ফুট) বহল লোড বডী।
- 215/75 R15 (টিউৱ যুক্ত) টায়াৰ
- টাটা 4 চিলিণ্ডাৰ, 1497 cc DI ইঞ্জিন, 1.5 কমন ৰেইল টাৰ্বো ইণ্টাৰকুল্ড ডিজেল - 4 চিলিণ্ডাৰ
- 59.5 KW @ 4000 RPM (80HP)ৰ পাৱাৰ
- 220 Nm @ 1750 - 2500 RPM-ৰ টৰ্ক
- কাম কৰি থকাৰ সময়ত পৰিবৰ্ধিত পাৱাৰ মেনেজমেণ্টৰ বাবে গীয়েৰ শ্বিফ্ট এডভাইজৰ
- ইন্ধন কমকৈ খৰচ কৰাটো সুবিধাজনক কৰিবৰ বাবে ইকো মোড
- 1,700 কিঃগ্ৰাঃৰ প্ৰভাৱশালী পেলোড ক্ষমতা, বুজন পৰিমাণৰ লোড বহন কৰিবৰ বাবে
- মসৃণ আৰু প্ৰতিক্ৰিয়াশীল কাৰ্যক্ষমতাৰ বাবে ষ্টেণ্ডাৰ্ড ফিটমেণ্ট হিচাপে পাৱাৰ ষ্টীয়েৰিং
- ৱাকথ্ৰু কেবিন ডিজাইনে কেৱল মজবুত নিৰ্মাণত অৰিহণা যোগোৱাই নহয় চালকৰ আৰামও বৃদ্ধি কৰে
- এটা প্ৰামাণিক সুবিধা হিচাপে পাৱাৰ ষ্টীয়েৰিঙে এক আৰামদায়ক ড্ৰাইভিং অভিজ্ঞতা সুনিশ্চিত কৰে
- 3 বছৰ / 1 00 000 কিঃমিঃৰ প্ৰামাণিক ৱাৰেণ্টী (যিটোৱেই আগতে হয়)
- 24-ঘণ্টীয়া টুল-ফ্ৰী হেল্পলাইন নম্বৰ (1800 209 7979)
- মানসিক প্ৰশান্তি: টাটা সমৰ্থ আৰু সম্পূৰ্ণ সেৱা পেকেজ
ইঞ্জিন
| প্ৰকাৰ | 4 চিলিণ্ডাৰ, 1497 cc DI ইঞ্জিন, 1.5 কমন ৰেইল টাৰ্বো ইণ্টাৰকুল্ড ডিজেল - 4 চিলিণ্ডাৰ |
| পাৱাৰ | 59.5 KW @ 4000 RPM (80HP) |
| টৰ্ক | 220 Nm @ 1750-2500 RPM |
| গ্ৰেডেবিলিটি | 31% |
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
| গীয়েৰ বক্সৰ প্ৰকাৰ | |
| ষ্টীয়েৰিং | হাইড্ৰলিক এছিষ্টেড পাৱাৰ ষ্টীয়েৰিং |
| সৰ্বাধিক স্পীড |
ব্ৰেকসমূহ
| ব্ৰেকসমূহ | Front - Disc, Rear-Drum |
| ৰিজেনেৰেটিভ ব্ৰেক | - |
| ছাছপেন্সন ফ্ৰণ্ট | পেৰাবলিক লীফ স্প্ৰিং |
| ছাছপেন্সন ৰীয়েৰ | মাল্টিলীফ ছেমি-এলিপ্টিকেল দুটা পৰ্যায়ৰ লীফ স্প্ৰিং |
হুইল আৰু টায়াৰসমূহ
| টায়াৰসমূহ | 215/75 R15 (টিউৱ যুক্ত) |
বাহনৰ আকাৰ (মিঃমিঃ)
| দীঘ | 4884 মিঃমিঃ |
| প্ৰস্থ | 2016 মিঃমিঃ |
| উচ্চতা | 2014 মিঃমিঃ |
| হুইলবেছ | 2600 মিঃমিঃ |
| ফ্ৰণ্ট ট্ৰেক | - |
| ৰীয়েৰ ট্ৰেক | - |
| গ্ৰাউণ্ড ক্লীয়েৰেন্স | 179+-5 মিঃমিঃ |
| ন্যূনতম টিচিআৰ | 6050 মিঃমিঃ |
ওজন (কিঃগ্ৰাঃ)
| জিভিডব্লিউ | 3490 কিঃগ্ৰাঃ |
| পেলোড | 1700 কিঃগ্ৰাঃ |
বেটাৰী
| বেটাৰী ৰসায়ন | - |
| বেটাৰীৰ শক্তি (kWh) | - |
| আইপি ৰেটিং | - |
| প্ৰমাণিত ৰেঞ্জ | - |
| মন্থৰ চাৰ্জিং সময় | - |
| দ্ৰুত চাৰ্জিং সময় | - |
কৰ্মক্ষমতা
| গ্ৰেডেবিলিটি | 31% |
ছীটিং আৰু ৱাৰেণ্টী
| আসনসমূহ | D+1 |
| ৱাৰেণ্টী | 3 বছৰ বা 1 লাখ কিলোমিটাৰ (যিটো আগৰ) |
| বেটাৰীৰ ৱাৰেণ্টী | - |
জড়িত বাহনবোৰ
Intra V40
2910 kg
জিডব্লিউভি
CNG : 110L Petro ... CNG : 110L Petrol : 35L or 5L
ফুৱেল টেংকৰ ক্ষমতা
3 Cylinder, 1199 CC
ইঞ্জিন
ইন্ট্ৰা V20
2265
জিডব্লিউভি
35/5 L চিএনজি চি ... 35/5 L চিএনজি চিলিণ্ডাৰ সামৰ্থ্য- 80 L(45L+35L)
ফুৱেল টেংকৰ ক্ষমতা
1199 cc
ইঞ্জিন
ইন্ট্ৰা V20 গ'ল্ড
2550 কিঃগ্ৰাঃ
জিডব্লিউভি
পেট্ৰ'ল ইন্ ... পেট্ৰ'ল ইন্ধন টেংক - 35L / 5L চিএনজি চিলিণ্ডাৰ - 110 L(45L+35L আৰু 30L)
ফুৱেল টেংকৰ ক্ষমতা
1199 CC ডিআই ইঞ্জিন
ইঞ্জিন





