• Image
    yodha single cab
  • Image
    Tata Yodha Ex Single Cab - side
  • Image
    Tata Yodha Ex Crew Cab - Back

যোদ্ধা ইএক্স ছিংগল কেব

ই আপোনাৰ ব্যৱসায়ৰ বাবে অপ্ৰতিৰোধ্য হ'ব কিয়নো সকলো নতুন টাটা যোদ্ধা ইএক্স-ৰ বাবে কোনো ৰাস্তাতেই যোৱাটো অসম্ভৱ নহয়, যাক লাভজনকতাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱা কেতবোৰ উৎকৃষ্ট সা-সুবিধাৰে সৈতে সুসজ্জিত কৰি উলিয়াই দিয়া হৈছে। ইয়াৰ টাৰ্বোচাৰ্জড ডিআই ইঞ্জিনে 100 kW পাৱাৰ আৰু 250 Nm টৰ্ক উৎপন্ন কৰে, যি ইয়াক অনায়াসে অতি দ্ৰুততাৰে সামগ্ৰী যোগান ধৰাত সক্ষম কৰি তোলে।

2990

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

Excellent Performance
  • যিকোনো ভূখণ্ডতে, যিকোনো প্ৰয়োগতে – শক্তিশালী আৰু প্ৰমাণিত টাৰ্বোচাৰ্জড ডিআই ইঞ্জিন: 74.8 kW (100 HP) আউটপুট আৰু 250 Nm টৰ্ক
  • 16” ডাঙৰ টায়াৰ (215/75 R 16 ৰেডিয়েল) – অধিক ট্ৰেকশ্যন আৰু বোজা বহন কৰিবৰ বাবে
  • ডাঙৰ 250 মিঃমিঃ ডায়ে ক্লাচ্চ প্লেট – ছেল্ফ-এডজাষ্টিং হাইড্ৰলিক ক্লাচ্চ এচেম্বলী
  • কম 6.25m টাৰ্ণইং ৰেডিয়াছ – নিখঁুত আৰু মসৃণ চালনক্ষমতাৰ বাবে
  • 210 মিঃমিঃ অধিক গ্ৰাউণ্ড ক্লীয়েৰেন্স – ওখোৰা-মোখোৰা ভূখণ্ডত সহজ মাৰ্গদৰ্শনৰ বাবে

Excellent load distribution
  • বহল ফ্লেটবেড কাৰ্গো ডেক যুক্ত
  • অধিক বোজা বহন কৰিবৰ বাবে বিশাল লোড বডী
  • লোড বডীৰ আয়তন: 2650 মিঃমিঃ x 1850 মিঃমিঃ
  • লোডিং স্পেচ: 48 বৰ্গফুট (4.5 m²)
  • অতি উত্তম বোজা বহন কৰা সামৰ্থতা
  • পেলোড: 1205 কিঃগ্ৰাঃ
  • জিভিডব্লিউ: 2990 কিঃগ্ৰাঃ
  • উৎকৃষ্ট অন-ৰোড সুস্থিৰতাৰ বাবে সৰ্বোত্তমকৃত ডাইমেনশ্যন
  • হুইলবেছ: 3300 মিঃমিঃ
  • সামগ্ৰিক দৈৰ্ঘ: 5350 মিঃমিঃ
  • সামগ্ৰিক প্ৰস্থ: 1860 মিঃমিঃ

Excellent Aggregates
  • গধুৰ কাম কৰা বাহন চলাবৰ বাবে
  • 4 মিঃমিঃ ডাঠ চেছিছ ফ্ৰেম
  • পৰিবৰ্ধিত সুদৃঢ়তাৰ বাবে মাজৰ অংশটো অতিৰিক্ত শক্তিশালীকৰণ যুক্ত
  • ভেকুৱাম এছিষ্টেড হাইড্ৰলিক ব্ৰেক
  • টুইন পট কেলিপাৰ্ছ যুক্ত, সুদক্ষভাৱে ব্ৰেক লগাবৰ বাবে
  • কঠিন টাইপ ৰীয়েৰ ছাছপেন্সন - উৎকৃষ্ট বোজা বহন কৰা সামৰ্থতাৰ বাবে পেৰাবলিক লীফ স্প্ৰিং যুক্ত
  • ডাবল উইছবোন টাইপ ফ্ৰণ্ট ছাছপেন্সন - শ্বক এবজৰ্বাৰৰ ঠাইত স্বনিৰ্ভৰশীল কইল স্প্ৰিংযুক্ত

Excellent Interiors
  • চালকৰ কৰ্মক্ষমতা বৃদ্ধি কৰে
  • অসুবিধামুক্ত ড্ৰাইভিং অভিজ্ঞতা
  • আৰামদায়ক ড্ৰাইভিং অভিজ্ঞতাৰ বাবে হাইড্ৰ'লিক পাৱাৰ ষ্টীয়েৰিং
  • চেন্ট্ৰেল পাৱাৰ উইণ্ডো কন্ট্ৰলছ যুক্ত এৰ্গোনোমিক গীয়েৰ শ্বিফ্ট লিভাৰ
  • উন্নতম মানৰ ইণ্টেৰিয়ৰ্ছ
  • ব্যৱহাৰ্য স্থান আৰু উন্নত মানদণ্ডৰ ফিটমেণ্টেৰে পৰিপূৰ্ণ
  • সম্পূৰ্ণ নতুন ডুৱৰ ট্ৰিম
  • ৰিফ্লেক্স ৰিফ্লেক্টৰ আৰু ইউটিলিটি কম্পাৰ্টমেণ্টেৰে সৈতে সুসজ্জিত
  • বাকেট টাইপ ফেব্ৰিক ছীট
  • যেতিয়া আৰামৰ সৈতে ষ্টাইলৰ সমাহাৰ ঘটে

Excellent Savings
with lowest TCO
  • Best-in-class fuel economy
    • Best-in-class fuel economy
    • Eco-switch and GSA for optimized vehicle operation
  • High oil change interval
    • 20,000 KMs for engine oil
    • 80,000 KMs for gear box oil

Low Maintenance
  • অতি কম টিচিঅ' সহ
  • এইটো শ্ৰেণীৰ সৰ্বোত্তম কম ইন্ধন খৰচী
  • বাহনৰ সৰ্বোত্তম কৰি তোলা সঞ্চালনৰ বাবে ইকো-ছুইচ্চ আৰু জিএছএ
  • অইল সলনি কৰা সময়ৰ ব্যৱধান বহুত বেছি
  • ইঞ্জিন অইলৰ ক্ষেত্ৰত 20,000 কিঃমিঃ
  • গীয়েৰ বক্স অইলৰ ক্ষেত্ৰত 80,000 কিঃমিঃ
ইঞ্জিন
প্ৰকাৰ 2.2 লিটাৰ 4-চিলিণ্ডাৰ BS6 ডিআই ইঞ্জিন
পাৱাৰ 73.6 kW @ 3750 r/min
টৰ্ক 250 Nm @ 1000-2500 r/min
গ্ৰেডেবিলিটি 40%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ GBS – 76-5/4.49 মাৰ্ক 2, ছিঙ্ক্ৰ'মেছ 5F+ 1R
ষ্টীয়েৰিং পাৱাৰ ষ্টীয়েৰিং
সৰ্বাধিক স্পীড -
ব্ৰেকসমূহ
ব্ৰেকসমূহ হাইট্ৰলিক, টুইন পট ডিস্ক ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট স্বনিৰ্ভৰশীল কইল স্প্ৰিং যুক্ত ডাবল উইছবোন টাইপ ছাছপেন্সন
ছাছপেন্সন ৰীয়েৰ পেৰাবলিক লীফ স্প্ৰিংছ
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 215/75 R 16 LT
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 5350 মিঃমিঃ
প্ৰস্থ 1860 মিঃমিঃ
উচ্চতা 1810 মিঃমিঃ
হুইলবেছ 3150 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স 210 মিঃমিঃ
ন্যূনতম টিচিআৰ -
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 2990
পেলোড 1230
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 40%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ/3 লাখ কিঃমিঃ
বেটাৰীৰ ৱাৰেণ্টী -

জড়িত বাহনবোৰ

YODHA 4x4 Single Cabin

YODHA 4X4 SINGLE CABIN

2990

জিডব্লিউভি

52 L

ফুৱেল টেংকৰ ক্ষমতা

2179 cc

ইঞ্জিন

tata yodha cng

যোদ্ধা CNG

3 490 কিঃগ্ৰাঃ

জিডব্লিউভি

2 চিলিণ্ডাৰ, 90 ... 2 চিলিণ্ডাৰ, 90 L পানীৰ সামৰ্থতা

ফুৱেল টেংকৰ ক্ষমতা

2 956 CC

ইঞ্জিন

Tata Yodha 1700

যোদ্ধা 1700

3490

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

Tata Yodha 2.0

যোদ্ধা 2.0

3840

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন