• Image
    ace gold cng +
  • Image
    ace gold cng + side
  • Image
    ace gold cng + back

এচ গ'ল্ড চিএনজি প্লাছ

টাটা এচ গ'ল্ড চিএনজি প্লাছ BS6 ফেজ 2 খনে আগবঢ়ায় 19.4 kW (26 HP) সৰ্বাধিক পাৱাৰ আৰু 51 Nm সৰ্বাধিক টৰ্ক প্ৰদান কৰা এটা 2 চিলিণ্ডাৰ 694CC ইঞ্জিনৰ যোগেদি অধিক পাৱাৰ আৰু পিকআপ। ইয়াত আছে এই খণ্ডটোৰ ভিতৰতে সৰ্বোত্তম 2520 মিঃমিঃ (8.2 ফুট) দীঘল লং বডী ডেকৰ সুবিধা আৰু ইয়াৰ লোড কৰিব পৰা ক্ষমতাৰ বাবে বিখ্যাত খণ্ডটোৰ ভিতৰতে আগশাৰীৰ লীফ স্প্ৰিং ছাছপেন্সন।

1630

জিডব্লিউভি

105L (35L + 35L + 35 ... 105L (35L + 35L + 35L)

ফুৱেল টেংকৰ ক্ষমতা

2 চিলিণ্ডাৰ 694C ... 2 চিলিণ্ডাৰ 694CC

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

Safety
  • 5X উন্নত পোহৰ প্ৰাবল্য যুক্ত অধিক ডাঙৰ হেডলেম্প
  • নিশা আৰু পুৱাৰ ভাগত সুৰক্ষিতভাৱে গাড়ী চলাবলৈ উন্নত ফোকাছ ৰেঞ্জ

Drivability
  • 35% হ্ৰাসকৃত ষ্টীয়েৰিং এফৰ্ট যুক্ত নতুন ষ্টীয়েৰিং বক্স

Comfort
  • কেবিনৰ ভিতৰতে ড্ৰাইভাৰে জিৰণি ল'বলৈ ফ্লেট ছীট।
  • এৰ্গোনমিক ড্ৰাইভিঙৰ বাবে হেড ৰেষ্ট আৰু অতিৰিক্ত ৰীয়েৰ ৱাৰ্ড ট্ৰেভেল যুক্ত এৰ্গোনমিক ছীট
  • উত্তম ড্ৰাইভিং অবিজ্ঞতাৰ বাবে পেণ্ডুলাৰ APM মডিউল

Pick Up
  • অধিক শক্তি আৰু পিক আপ প্ৰদান কৰা এটা 2 চিলিণ্ডাৰ 694cc ইঞ্জিন
  • সৰ্বাধিক শক্তি 19.4 kW
  • সৰ্বাধিক টৰ্ক 51 Nm

Range
  • এচ গ'ল্ড চিএনজি+ ত দিয়া হৈছে এবাৰ ইন্ধন ভৰাই 400 কিঃমিঃলৈকে যাব পৰা সুবিধা আগবঢ়োৱা এটা 18 কিঃগ্ৰাঃ চিএনজি ইন্ধন টেংক।

High Loadability
  • 2520 মিঃমিঃ (8.2 ফুট) দীঘল লোড বডী
  • অধিক লোড দিবৰ বাবে লীফ স্প্ৰিং ছাছপেন্সন
ইঞ্জিন
প্ৰকাৰ 4 ষ্ট্ৰোক, ৱাটাৰ কুল্ড, মাল্টিপইণ্ট গেছ ইঞ্জেকশ্যন, ডেডিকেটেড চিএনজি ইঞ্জিন
পাৱাৰ 19.4 kW @4000 (+/-100) rpm (26 HP)
টৰ্ক 51 Nm @ 2000 - 2500 rpm
গ্ৰেডেবিলিটি 28%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ GBS 65- 5/5.6
ষ্টীয়েৰিং মেনুৱেল। 27.9-30.4(ভেৰিয়েবল ৰেচিঅ'); 380mm dia
সৰ্বাধিক স্পীড স্পীড ঘণ্টাত 70 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট পেৰাবলিক লীফ স্প্ৰিং যুক্ত ৰিজিড এক্সেল
ছাছপেন্সন ৰীয়েৰ ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং যুক্ত লাইভ এক্সেল
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 145 R12 LT 8PR RADIAL (টিউৱলেছ টাইপ)
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 4075
প্ৰস্থ 1500
উচ্চতা 1840
হুইলবেছ 2250
ফ্ৰণ্ট ট্ৰেক 1300
ৰীয়েৰ ট্ৰেক 1320
গ্ৰাউণ্ড ক্লীয়েৰেন্স 160
ন্যূনতম টিচিআৰ 4625
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 1630
পেলোড 615
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 28%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 100,000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -

Applications

জড়িত বাহনবোৰ

Ace Gold Plus

TATA ACE GOLD +

1815 kg

জিডব্লিউভি

30 L

ফুৱেল টেংকৰ ক্ষমতা

702 cc

ইঞ্জিন

front_1

এচ প্ৰ' পেট্ৰ'ল

1460 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

image_1

এচ প্ৰ' বাই-ফুৱেল

1535 কিঃগ্ৰাঃ

জিডব্লিউভি

চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L

ফুৱেল টেংকৰ ক্ষমতা

694cc engine

ইঞ্জিন

Tata Ace Gold CNG Plus

এচ গ'ল্ড চিএনজি প্লাছ

1630

জিডব্লিউভি

105L (35L + 35L ... 105L (35L + 35L + 35L)

ফুৱেল টেংকৰ ক্ষমতা

2 চিলিণ্ডাৰ 694CC

ইঞ্জিন