• Image
    yodha cng side
  • Image
    yodha cng back

যোদ্ধা CNG

টাটা যোদ্ধা CNG-ক গ্ৰাহকসকলে ইয়াৰ শক্তিশালী ইঞ্জিন আৰু প্ৰবল শক্তিধৰ যন্ত্ৰপাতিৰ বাবে অধিক গধুৰ বোজা কঢ়িয়াবলৈ আৰু অধিক ক্ষিপ্ৰ টাৰ্ণ-এৰাউণ্ড সময়ত টানিবলৈ এখন বলবান, শক্তিবান তথা মজবুত CNG চালিত পিকআপ বাহন হিচাপে চিনাক্ত কৰিছে। ব্ৰেণ্ডটোৱে – শক্তিশালী আৰু বেগৱন্ত, এক বীৰ যোদ্ধা সদৃশ গুণসম্পন্ন এখন আদৰ্শ পিকআপ বাহনৰ গ্ৰাহকসকলৰ আশা-আকাংক্ষাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিছে।

3 490 কিঃগ্ৰাঃ

জিডব্লিউভি

2 চিলিণ্ডাৰ, 90 L পা ... 2 চিলিণ্ডাৰ, 90 L পানীৰ সামৰ্থতা

ফুৱেল টেংকৰ ক্ষমতা

2 956 CC

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

টাটা যোদ্ধা CNG এই খণ্ডটোৰ অতি শক্তিশালী CNG ইঞ্জিনেৰে সৈতে সুসজ্জিত, 55.2 kW পাৱাৰ আৰু 200 Nm পিকআপ সৃষ্টি কৰিবৰ বাবে সক্ষম, আৰু সেয়েহে ক্ষিপ্ৰ টাৰ্ণ-আউট সময়ৰ বাবে অধিক সংখ্যক ট্ৰিপ সম্পূৰ্ণ কৰাৰ লগতে ওখোৰা-মোখোৰা মাটিতো অধিক বোজা কঢ়িয়াব পাৰে।

  • আগফালে 6 টা পাত আৰু পিছফালে 9 টা লীফ যুক্ত কঠিন ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং ছাছপেন্সন, লগতে 4 মিঃমিঃ ডাঠ টিউবুলাৰ চেচিছ ফ্ৰেম-এ বাহনখনক বৃহৎ পৰিমাণৰ বোজা আৰু ভৰ কঢ়িয়াই নিবৰ বাবে উপযুক্ত কৰি তুলিছে।
  • 16" ডাঙৰ টায়াৰবোৰে অধিক বোজা বহন কৰা আৰু অধিক গতিবেগত কাম কৰি থকা অৱস্থাত সুস্থিৰতা বৃদ্ধি কৰে।

  • জীৱনৰ বাবে লুব্ৰিকেট কৰা (এলএফএল) যন্ত্ৰপাতিবোৰৰ বাবে বাহনখনৰ গোটেই জীৱনকালত কোনো গ্ৰীজিঙৰ প্ৰয়োজন নাই।
  • ইঞ্জিন অইল সলনি কৰা সময়ৰ ব্যৱধান 20,000 KMs – বাহনৰ ছাৰ্ভিচ ব্যয় কম।

  • পৰিবৰ্ধিত সুৰক্ষাৰ বাবে আগফালে ষ্টোন-গাৰ্ড।
  • সহজেই মেৰামতি আৰু ছাৰ্ভিচিং কৰিবলৈ পৰিবৰ বাবে মজবুত 3-পিচ ধাতৱ বাম্পাৰ।
  • এঢলীয়া আৰু ওখোৰা-মোখোৰা ৰাস্তাবোৰত সুস্থিৰতাৰ বাবে আগফালে এণ্টি-ৰোল বাৰ।

  • উৎকৃষ্ট ড্ৰাইভিং এৰ্গোনোমিক্স – দীঘলীয়া ট্ৰিপবোৰ মাৰোঁতে আৰামদায়ক ড্ৰাইভিং অভিজ্ঞতাৰ বাবে এডজাষ্টেবল পাৱাৰ ষ্টীয়েৰিং, হেলনীয়া চিট আৰু এৰ্গোনোমিক পেডেল স্থিতি।
  • হেড ৰেষ্ট যুক্ত সমতল লেডাউন হেলনীয়া ছীট।
  • কেবিনত কেইটামান অধিক ব্যৱহাৰ্য কম্পাৰ্টমেণ্ট – লক কৰিব পৰা গ্লোভবক্স, আলোচনী/বটল হোল্ডাৰ।
  • অতিৰিক্ত সুবিধাৰ বাবে কেইটামান উন্নত বৈশিষ্ট্য – ফাষ্ট মোবাইল চাৰ্জাৰ, কেবিনৰ পিছফালৰ বেৰত আৰপিএএছ আৰু শ্লাইডিং উইণ্ডো।
ইঞ্জিন
প্ৰকাৰ টাটা 4SP SGI NA CNG
পাৱাৰ 55.2 kW (74HP) @ 3 000 r/min
টৰ্ক 200 Nm @ 1 400-1 600 r/min
গ্ৰেডেবিলিটি 32%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ GBS - 76 -5/4.1 ছিঙ্ক্ৰ'মেছ 5F+1R
ষ্টীয়েৰিং পাৱাৰ ষ্টীয়েৰিং
সৰ্বাধিক স্পীড ঘণ্টাত 80 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট-295 ডায়ে। টুইন পট কেলিপাৰ সহ ডিস্ক ব্ৰেক; ৰীয়েৰ-295 ডায়ে। ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট উপবৃত্তাকাৰ প্ৰকাৰৰ লীফ স্প্ৰিং - 6 টা লীফ
ছাছপেন্সন ৰীয়েৰ উপবৃত্তাকাৰ প্ৰকাৰৰ লীফ স্প্ৰিং - 9 টা লীফ
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 215/75 R16 LT
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 5 350মিঃমিঃ
প্ৰস্থ -
উচ্চতা -
হুইলবেছ 3 150মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স 210মিঃমিঃ
ন্যূনতম টিচিআৰ -
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 3 490 কিঃগ্ৰাঃ
পেলোড 1 490কিঃগ্ৰাঃ
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 32%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 3 লাখ কিঃমিঃ
বেটাৰীৰ ৱাৰেণ্টী -

জড়িত বাহনবোৰ

YODHA 4x4 Single Cabin

YODHA 4X4 SINGLE CABIN

2990

জিডব্লিউভি

52 L

ফুৱেল টেংকৰ ক্ষমতা

2179 cc

ইঞ্জিন

tata yodha cng

যোদ্ধা CNG

3 490 কিঃগ্ৰাঃ

জিডব্লিউভি

2 চিলিণ্ডাৰ, 90 ... 2 চিলিণ্ডাৰ, 90 L পানীৰ সামৰ্থতা

ফুৱেল টেংকৰ ক্ষমতা

2 956 CC

ইঞ্জিন

Tata Yodha 1700

যোদ্ধা 1700

3490

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

Tata Yodha 2.0

যোদ্ধা 2.0

3840

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন