• Image
    1_Yodha_1700_0_1_0.png

যোদ্ধা 1700

টাটা যোদ্ধাক গ্ৰাহকসকলে ইয়াৰ শক্তিশালী ইঞ্জিন আৰু প্ৰবল শক্তিধৰ যন্ত্ৰপাতিৰ বাবে অধিক পেলোড কঢ়িয়াবলৈ আৰু অধিক ক্ষিপ্ৰ টাৰ্ণ-এৰাউণ্ড টানিবলৈ সুসজ্জিত, এখন বলবান, শক্তিবান তথা মজবুত পিকআপ বাহন হিচাপে চিনাক্ত কৰিছে। ব্ৰেণ্ডটোৱে – শক্তিশালী আৰু বেগৱন্ত, এক বীৰ যোদ্ধা সদৃশ গুণসম্পন্ন এখন আদৰ্শ পিকআপ বাহনৰ বাবে লক্ষ্য কৰি লোৱা গ্ৰাহকসকলৰ আশা-আকাংক্ষাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিছে।

3490

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

HIGH POWER
  • টাটা যোদ্ধা ৰেঞ্জৰ পিকআপবোৰ 74.8 kW পাৱাৰ সৃষ্টি কৰিলৈ আৰু 250 Nm টৰ্ক প্ৰদান কৰিবলৈ সমৰ্থবান, এই খণ্ডটোৰ আটাইতকৈ শক্তিশালী ইঞ্জিনটোৰে সৈতে সুসজ্জিত, আৰু সেয়েহে দ্ৰুত টাৰ্ণ-এৰাউণ্ডৰ বাবে অধিক বোজা বহন কৰিবলৈ আৰু অধিক সংখ্যক ট্ৰিপ সম্পূৰ্ণ কৰিবলৈ সক্ষম।

Superior Load Carrying Capability
  • আগফালে 6 টা পাত আৰু পিছফালে 9 টা লীফ যুক্ত কঠিন ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং ছাছপেন্সন, লগতে 4 মিঃমিঃ ডাঠ হাইড্ৰ'ফৰ্মড চেচিছ ফ্ৰেম-এ বাহনখনক বৃহৎ পৰিমাণৰ বোজা আৰু ভৰ কঢ়িয়াই নিবৰ বাবে উপযুক্ত কৰি তুলিছে।
  • 16" ডাঙৰ টায়াৰবোৰে অধিক বোজা বহন কৰা আৰু অধিক গতিবেগত কাম কৰি থকা অৱস্থাত সুস্থিৰতা বৃদ্ধি কৰে।

High Fuel Economy
  • ইন্ধনৰ খৰচ অধিক কম কৰিবলৈ ইকো মোড আৰু গীয়েৰ শ্বিফ্ট এডভাইজৰ।

Low maintenance
  • জীৱনৰ বাবে লুব্ৰিকেট কৰা (এলএফএল) যন্ত্ৰপাতিবোৰৰ বাবে বাহনখনৰ গোটেই জীৱনকালত কোনো গ্ৰীজিঙৰ প্ৰয়োজন নাই।
  • ইঞ্জিন অইল সলনি কৰা সময়ৰ ব্যৱধান 20,000 KMs – বাহনৰ ছাৰ্ভিচ ব্যয় কম।
  • cDPF যুক্ত এলএনটি প্ৰযুক্তি – ডিইএফ ভৰোৱাৰ প্ৰয়োজন নাই।

Enhanced Safety
  • পৰিবৰ্ধিত সুৰক্ষাৰ বাবে আগফালে ষ্টোন-গাৰ্ড।
  • সহজেই মেৰামতি আৰু ছাৰ্ভিচিং কৰিবলৈ পৰিবৰ বাবে মজবুত 3-পিচ ধাতৱ বাম্পাৰ।
  • এঢলীয়া আৰু ওখোৰা-মোখোৰা ৰাস্তাবোৰত সুস্থিৰতাৰ বাবে আগফালে এণ্টি-ৰোল বাৰ।

Superior Comfort
  • উৎকৃষ্ট ড্ৰাইভিং এৰ্গোনোমিক্স – দীঘলীয়া ট্ৰিপবোৰ মাৰোঁতে আৰামদায়ক ড্ৰাইভিং অভিজ্ঞতাৰ বাবে এডজাষ্টেবল পাৱাৰ ষ্টীয়েৰিং, হেলনীয়া চিট আৰু এৰ্গোনোমিক পেডেল স্থিতি।
  • হেড ৰেষ্ট যুক্ত সমতল লেডাউন হেলনীয়া ছীট।
  • কেবিনত কেইটামান অধিক ব্যৱহাৰ্য কম্পাৰ্টমেণ্ট – লক কৰিব পৰা গ্লোভবক্স, আলোচনী/বটল হোল্ডাৰ।
  • অতিৰিক্ত সুবিধাৰ বাবে কেইটামান উন্নত বৈশিষ্ট্য – ফাষ্ট মোবাইল চাৰ্জাৰ, কেবিনৰ পিছফালৰ বেৰত আৰপিএএছ আৰু শ্লাইডিং উইণ্ডো।
ইঞ্জিন
প্ৰকাৰ TATA 2.2L VARICOR ইণ্টাৰকুল্ড টাৰ্বোচাৰ্জড BS6 ডিআই ইঞ্জিন
পাৱাৰ -
টৰ্ক 250 Nm@1000 -2500 r/min
গ্ৰেডেবিলিটি 34%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ ছিংগল প্লেট ড্ৰাই ফ্ৰিক্সন টাইপ 260 মিঃমিঃ Dia
ষ্টীয়েৰিং পাৱাৰ ষ্টীয়েৰিং
সৰ্বাধিক স্পীড -
ব্ৰেকসমূহ
ব্ৰেকসমূহ হাইট্ৰলিক, টুইন পট ডিস্ক ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট ছেমি-এলিপ্টিকেল লীফ স্প্ৰিংছ যুক্ত কঠিন ছাছপেন্সন - 6 লীফছ
ছাছপেন্সন ৰীয়েৰ অভিনৱ দুটা পৰ্যায়ৰ ছেমি-এলিপ্টিকেল লীফ স্প্ৰিংছ - 9 লীফছ
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 215/75 R 16 ৰেডিয়েল
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 5350
প্ৰস্থ 1860
উচ্চতা 1810
হুইলবেছ 3300
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স -
ন্যূনতম টিচিআৰ 6250 মিঃমিঃ
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 3490
পেলোড 1700
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 34%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 3 লাখ কিঃমিঃ
বেটাৰীৰ ৱাৰেণ্টী -

Applications

জড়িত বাহনবোৰ

tata yodha cng

যোদ্ধা CNG

3 490 কিঃগ্ৰাঃ

জিডব্লিউভি

2 চিলিণ্ডাৰ, 90 ... 2 চিলিণ্ডাৰ, 90 L পানীৰ সামৰ্থতা

ফুৱেল টেংকৰ ক্ষমতা

2 956 CC

ইঞ্জিন

Tata Yodha 1700

যোদ্ধা 1700

3490

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

Tata Yodha 2.0

যোদ্ধা 2.0

3840

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

Tata Yodha 1200

যোদ্ধা 1200

2950

জিডব্লিউভি

52L পলিমাৰ টেংক

ফুৱেল টেংকৰ ক্ষমতা

74.8 kW (100 HP) @ 3 ... 74.8 kW (100 HP) @ 3750 r/min

ইঞ্জিন

NEW LAUNCH
Tata Ace New Launch