• Image
    ace pro ev
  • Image
    ace pro ev side

এচ প্ৰ' EV

আগবঢ়োৱা হৈছে এচ প্ৰ', অন্তিম গন্তব্যস্থানত সামগ্ৰী যোগান ধৰাৰ এক লাভজনক ব্যৱস্থা। এক অনন্য মডিউলাৰ নিৰ্মাণশৈলীৰে নিৰ্মিত, ই এক অধিক আয়ৰ সম্ভাৱনীয়তা আগবঢ়াই গ্ৰাহকৰ দৈনিক সামগ্ৰী যোগান ক্ষমতা বৃদ্ধি কৰাৰ বিপৰীতে পৰিচালন ব্যয়সমূহ হ্ৰাস কৰে।

1610কিঃগ্ৰাঃ

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

ইঞ্জিন
প্ৰকাৰ পিএমএছএম (পাৰ্মামেণ্ট মেগনেট ছিঙ্ক্ৰ'নাছ মটৰ)
পাৱাৰ 29 kW @ 3500 RPM
টৰ্ক 104 Nm @ 0-2500 RPM
গ্ৰেডেবিলিটি 21%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ ড্ৰাইভ শ্বাফ্টবোৰ সহ ই-ট্ৰেন্সএক্সেল
ষ্টীয়েৰিং মেকানিকেল ষ্টীয়েৰিং (ৰেক আৰু পিনিয়ন)
সৰ্বাধিক স্পীড ঘণ্টাত 50 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট স্বতন্ত্ৰ, মেকফাৰ্ছন ষ্ট্ৰাট
ছাছপেন্সন ৰীয়েৰ কইল স্প্ৰিং আৰু হাইড্ৰ'লিক ডেম্পাৰ যুক্ত ছেমি ট্ৰেইলিং আৰ্ম
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 145R12
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 3560 মিঃমিঃ
প্ৰস্থ 1497 মিঃমিঃ
উচ্চতা 1820 মিঃমিঃ (বোজা নিদিয়াকৈ)
হুইলবেছ 1800 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স 170 (বোজা দিয়া অৱস্থাত ন্যূনতম)
ন্যূনতম টিচিআৰ 3750 মিঃমিঃ
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 1610কিঃগ্ৰাঃ
পেলোড 750কিঃগ্ৰাঃ
বেটাৰী
বেটাৰী ৰসায়ন লিথিয়াম আয়ন আইৰণ ফছফেট (LFP)
বেটাৰীৰ শক্তি (kWh) 14.4 kWh
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ 155 কিঃমিঃ (প্ৰমাণিত)
মন্থৰ চাৰ্জিং সময় মন্থৰ চাৰ্জিং (5 ৰপৰা 100%): < 6 ঘণ্টা
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 21%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 1 25 000 কিঃমিঃ / 3 বছৰ*** (যিটোেৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী "175000 কিঃমিঃ / 8 বছৰ* "

জড়িত বাহনবোৰ

front_1

এচ প্ৰ' EV

1610কিঃগ্ৰাঃ

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন

Intra Ev Pickup

INTRA EV Pickup

3310 kg

জিডব্লিউভি

28.2 kWh

ফুৱেল টেংকৰ ক্ষমতা

320V

ইঞ্জিন

Ace EV 1000

এচ ইভি 1000

2120 কিঃগ্ৰাঃ

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

NA

ইঞ্জিন