• Image
    tata ace ht +
  • Image
    ace ht+ side

এচ HT+

এই নিৰ্ভৰযোগ্য টাটা এচ ৰেঞ্জে 24 লাখ + উদ্যোগীক শক্তিশালী কৰি তোলাৰ বিপৰীতে সেই ব্যক্তিসকলক তেওঁলোকৰ সফলতাৰ লক্ষ্যসমূহত উপনীত হোৱাত সহায় কৰিছে। ভাৰতৰ অতি আকাংক্ষিত ক্ষুদ্ৰ বাণিজ্যিক বাহনসমূহৰ ভিতৰত অন্যতম, এই টাটা এচ পৰিয়ালে বিভিন্ন ব্যৱসায়িক প্ৰয়োজনীয়তাসমূহৰ বাবে উপযোগী ডিজেল, পেট্ৰ'ল আৰু চিএনজি-ৰ সুবিধা থকা বিভিন্ন ভেৰিয়েণ্ট প্ৰদান কৰে।

2120

জিডব্লিউভি

30 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

798 cc

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

POWER Plus
  • অধিক পাৱাৰ: অধিক স্পীডৰ বাবে 26 kW (35 HP) @ 3750 rpm পাৱাৰ। প্ৰতি ঘণ্টাত 80 কিঃমিঃলৈকে টপ স্পীড।

TORQUE PLUS
  • অধিক পিকআপ: অধিক খৰকৈ ট্ৰিপ মাৰিবৰ বাবে 85 Nm @ 1750-2750 rpm পিকআপ
  • অধিক গ্ৰেডেবিলিটি: ফ্লাইঅভাৰ আৰু এঢলীয়া ঠাইবোৰ সহজেই অতিক্ৰম কৰিবলৈ 36%

PAYLOAD Plus
  • অধিক লাভ আৰু উপাৰ্জনৰ বাবে 1100 কিঃগ্ৰাঃৰ অধিক পেলোড সক্ষমতা

TYRE Plus
  • অধিক লোড কৰা ক্ষমতাৰ বাবে বৃহৎ 13" টায়াৰ

Load body plus
  • এই খণ্ডটোৰ সৰ্ববৃহৎ কাৰ্গো ডেক আকাৰৰ সৈতে বহু দুৰণিলৈকে অধিক লোড কঢ়িয়াবলৈ বহুত দীঘল 2520 মিঃমিঃ (8.2 ফুট) লোড বডী দৈৰ্ঘ।
ইঞ্জিন
প্ৰকাৰ -
পাৱাৰ 26 kW (35 HP) @3750 rpm
টৰ্ক 85 Nm@1750-2750 rpm
গ্ৰেডেবিলিটি 36%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ -
ষ্টীয়েৰিং মেকানিকেল, ভেৰিয়েবল ৰেচিঅ'
সৰ্বাধিক স্পীড -
ব্ৰেকসমূহ
ব্ৰেকসমূহ -
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট পেৰাবলিক লীফ স্প্ৰিং
ছাছপেন্সন ৰীয়েৰ ছেমি - এলিপ্টিকেল লীফ স্প্ৰিং
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 155 R13 LT 8PR RADIAL (টিউৱলেছ টায়াৰ)
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 4075 mm
প্ৰস্থ 1500 মিঃমিঃ
উচ্চতা 1858 মিঃমিঃ
হুইলবেছ 2250 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক 1310 মিঃমিঃ
ৰীয়েৰ ট্ৰেক 1343 মিঃমিঃ
গ্ৰাউণ্ড ক্লীয়েৰেন্স -
ন্যূনতম টিচিআৰ -
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 2120
পেলোড -
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 36%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 1 00 000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -

Applications

জড়িত বাহনবোৰ

Tata Ace Gold Plus XL

এইচ গোল্ড প্লাছ এক্সএল

1975

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

2 চিলিণ্ডাৰ. , 700 চ ... 2 চিলিণ্ডাৰ. , 700 চিচি টিচি

ইঞ্জিন

Ace Gold Plus

টাটা এইচ গোল্ড+

1815 কেজি

জিডব্লিউভি

30 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

702 চিচি

ইঞ্জিন

front_1

এচ প্ৰ' পেট্ৰ'ল

1460 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

image_1

এচ প্ৰ' বাই-ফুৱেল

1535 কিঃগ্ৰাঃ

জিডব্লিউভি

চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L

ফুৱেল টেংকৰ ক্ষমতা

694cc engine

ইঞ্জিন