• Image
    Ace Pro Desktop
    Image
    Ace Pro Mobile
  • Image
    tata ace
    Image
    tata ace moblie banner
 
 
 

টাটা এচ

এই নিৰ্ভৰযোগ্য টাটা এচ ৰেঞ্জে 24 লাখ + উদ্যোগীক শক্তিশালী কৰি তোলাৰ বিপৰীতে সেই ব্যক্তিসকলক তেওঁলোকৰ সফলতাৰ লক্ষ্যসমূহত উপনীত হোৱাত সহায় কৰিছে। ভাৰতৰ অতি আকাংক্ষিত ক্ষুদ্ৰ বাণিজ্যিক বাহনসমূহৰ ভিতৰত অন্যতম, এই টাটা এচ পৰিয়ালে বিভিন্ন ব্যৱসায়িক প্ৰয়োজনীয়তাসমূহৰ বাবে উপযোগী ডিজেল, পেট্ৰ'ল, চিএনজি, বাই-ফুৱেল (চিএনজি + পেট্ৰ'ল) আৰু ইভি ইন্ধনৰ সুবিধা থকা বিভিন্ন ভেৰিয়েণ্ট প্ৰদান কৰে। এই টাটা এচ পৰিয়ালটো বিশেষভাৱে উৎকৃষ্ট মাইলেজ, বৰ্ধিত উৎপাদনশীলতাৰ জৰিয়তে পৰিবৰ্ধিত লাভ আৰু অধিক ৰাহি কৰিবলৈ কম কাৰ্যকৰী ব্যয় প্ৰদান কৰিবৰ বাবে ডিজাইন কৰা হৈছে। সম্পূৰ্ণ মানসিক প্ৰশান্তি সুনিশ্চিত কৰি, এই টাটা এচ মডেলবোৰে 2 বছৰ/72000 কিলোমিটাৰৰ ৱাৰেণ্টী প্ৰদান কৰে। টাটা এচ-ৰ শক্তিৰ যোগেদি সফলতাৰ সোৱাদ লওক।

প্ৰডাক্টসমূহ চাওক

 

বিভিন্ন প্ৰয়োগৰ বাহন

ফল আৰু পাচলি

খাদ্যশস্য

নিৰ্মাণ

লজিষ্টিক

মীন পালন

এফএমচিজি

গাখীৰ

আপোনাৰ সফলতাৰ অভিযান সন্ধান কৰক

Tata Ace Gold Plus XL

Ace Gold Plus XL

1975

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

2 Cyl. , 700CC TC

ইঞ্জিন

Ace Gold Plus

TATA ACE GOLD +

1815 kg

জিডব্লিউভি

30 L

ফুৱেল টেংকৰ ক্ষমতা

702 cc

ইঞ্জিন

front_1

এচ প্ৰ' পেট্ৰ'ল

1460 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

image_1

এচ প্ৰ' বাই-ফুৱেল

1535 কিঃগ্ৰাঃ

জিডব্লিউভি

চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L

ফুৱেল টেংকৰ ক্ষমতা

694cc engine

ইঞ্জিন