• Image
    ace gold petrol
  • Image
    ace gold petrol side
  • Image
    ace gold petrol back

টাটা এচ গ'ল্ড পেট্ৰ'ল

এচ গ'ল্ড পেট্ৰ'ল BS6 ফেজ 2 সুসজ্জিত কৰা হৈছে 22.1 kW (30HP) সৰ্বাধিক শক্তি আৰু 55 Nm সৰ্বাধিক টৰ্ক প্ৰদান কৰা এটা পেপী 2 চিলিণ্ডাৰ 694 CC ইঞ্জিনৰ সৈতে। এই বাহনখনত দিয়া হৈছে অধিক ইন্ধন দক্ষতা, অধিক ড্ৰাইভেবিলিটি অভিজ্ঞতা আৰু অধিক আৰাম প্ৰদান কৰা এটা উৎকৃষ্ট ডাইৰেক্ট ড্ৰাইভ গীয়েৰবক্স।

1740 কিঃগ্ৰাঃ

জিডব্লিউভি

26লিঃ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

Safety
  • 5X উন্নত পোহৰ প্ৰাবল্য যুক্ত অধিক ডাঙৰ হেডলেম্প
  • নিশা আৰু পুৱাৰ ভাগত সুৰক্ষিতভাৱে গাড়ী চলাবলৈ উন্নত ফোকাছ ৰেঞ্জ

Drivability
  • উন্নত ড্ৰাইভেবিলিটি, উন্নত ইন্ধন দক্ষতা আৰু নিম্ন NVH যুক্ত নতুন ডাইৰেক্ট ড্ৰাইভ গীয়েৰ বক্স
  • 35% হ্ৰাসকৃত ষ্টীয়েৰিং এফৰ্ট যুক্ত নতুন ষ্টীয়েৰিং বক্স

Comfort
  • কেবিনৰ ভিতৰতে ড্ৰাইভাৰে জিৰণি ল'বলৈ ফ্লেট ছীট।
  • এৰ্গোনমিক ড্ৰাইভিঙৰ বাবে হেড ৰেষ্ট আৰু অতিৰিক্ত ৰীয়েৰ ৱাৰ্ড ট্ৰেভেল যুক্ত এৰ্গোনমিক ছীট।
  • উত্তম ড্ৰাইভিং অবিজ্ঞতাৰ বাবে পেণ্ডুলাৰ APM মডিউল

Pick Up
  • অধিক শক্তি আৰু পিক আপ প্ৰদান কৰা এটা 2 চিলিণ্ডাৰ 694cc E20 ইন্ধন উপযোগী ইঞ্জিন
  • সৰ্বাধিক শক্তি 22.1 kW
  • সৰ্বাধিক টৰ্ক 55 Nm

Mileage
  • 5% অধিক মাইলেজ প্ৰদান কৰা নতুন ডাইৰেক্ট ড্ৰাইভ গীয়েৰ বক্স

Low Maintenance
  • ইঞ্জিনৰ কম তত্বাৱধান
  • দীঘলীয়া ছাৰ্ভিচ ব্যৱধান
  • 3 বছৰ / 1 00 000 কিঃমিঃ (যিটোৱেই আগতে হয়)
ইঞ্জিন
প্ৰকাৰ 694cc MPFI BS-VI RDE, 4 ষ্ট্ৰোক ৱাটাৰ কুল্ড
পাৱাৰ 22.1 kW (30 HP) @ 4000 RPM
টৰ্ক 55 Nm @ 2500-3000 RPM
গ্ৰেডেবিলিটি 37%
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ GBS 65- 5/6.31
ষ্টীয়েৰিং মেকানিকেল ভেৰিয়েবল ৰেচিঅ' (27.9 ৰপৰা 30.4) ভেৰিয়েবল, 380 mm Dia
সৰ্বাধিক স্পীড 65 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট পেৰাবলিক লীফ স্প্ৰিং যুক্ত ৰিজিড এক্সেল
ছাছপেন্সন ৰীয়েৰ ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং যুক্ত লাইভ এক্সেল
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 145 R12 LT 8PR RADIAL (টিউৱলেছ টাইপ)
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 3800 মিঃমিঃ
প্ৰস্থ 1500 মিঃমিঃ
উচ্চতা 1840 (হাই ডেক : 1945)
হুইলবেছ 2100 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক 1300 মিঃমিঃ
ৰীয়েৰ ট্ৰেক 1320 মিঃমিঃ
গ্ৰাউণ্ড ক্লীয়েৰেন্স 160 মিঃমিঃ
ন্যূনতম টিচিআৰ 4300 মিঃমিঃ
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 1740 কিঃগ্ৰাঃ
পেলোড CLB:900 | High Deck:860
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 37%
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 1 00 000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -
Tata Ace Gold | Acepiration | How Mr. Anil Modak Transformed Himself From Debt to Success
Tata Ace Gold | Acepiration | How Mr. Anil Modak Transformed Himself From Debt to Success
Tata Ace Gold | Acepiration | From making ends meet to running his own fleet - Mr. Yogendra Singh
Tata Ace Gold | Acepiration | From making ends meet to running his own fleet - Mr. Yogendra Singh
Tata Ace Gold | Acepiration | Mr. Surajbhan Yadav builds a successful family-run business
Tata Ace Gold | Acepiration | Mr. Surajbhan Yadav builds a successful family-run business
Tata Ace Gold | Best Light Commercial Vehicle In India | Tata Motors
Tata Ace Gold | Best Light Commercial Vehicle In India | Tata Motors
Tata Ace Gold | Acepiration | The Story of Mr. Rajesh Parmar Will Fuel Your Dreams
Tata Ace Gold | Acepiration | The Story of Mr. Rajesh Parmar Will Fuel Your Dreams
Tata Ace Gold | Acepiration | The Story of Mr. Hitesh Patel Will Inspire Your Ambition
Tata Ace Gold | Acepiration | The Story of Mr. Hitesh Patel Will Inspire Your Ambition
Tata Ace Gold | Acepiration | The Story of Mr. Manish Joshi Will Get You Ready For Success
Tata Ace Gold | Acepiration | The Story of Mr. Manish Joshi Will Get You Ready For Success

Applications

জড়িত বাহনবোৰ

Tata Ace Gold Plus XL

Ace Gold Plus XL

1975

জিডব্লিউভি

NA

ফুৱেল টেংকৰ ক্ষমতা

2 Cyl. , 700CC TC

ইঞ্জিন

Ace Gold Plus

TATA ACE GOLD +

1815 kg

জিডব্লিউভি

30 L

ফুৱেল টেংকৰ ক্ষমতা

702 cc

ইঞ্জিন

front_1

এচ প্ৰ' পেট্ৰ'ল

1460 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

image_1

এচ প্ৰ' বাই-ফুৱেল

1535 কিঃগ্ৰাঃ

জিডব্লিউভি

চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L

ফুৱেল টেংকৰ ক্ষমতা

694cc engine

ইঞ্জিন