• Image
    1
  • Image
    2
  • Image
    3

এচ গ'ল্ড ডিজেল

টাটা এচ গ'ল্ড ডিজেল BS6 ফেজ 2 খনত দিয়া হৈছে 16.17 kW (22HP) সৰ্বাধিক পাৱাৰ আৰু 55 Nm সৰ্বাধিক টৰ্ক প্ৰদান কৰা এটা টাৰ্বোচাৰ্জড 2 চিলিণ্ডাৰ 702 CC ইঞ্জিন। এই পৰিবৰ্ধিত পাৱাৰ আৰু পিকআপে BS6 ফেজ 1 ভেৰিয়েণ্টটোৰ তুলনাত 32% উন্নত একচিলেৰেশ্যন সুনিশ্চিত কৰে। এই বাহনখন এতিয়া উৎকৃষ্ট ড্ৰাইভেবিলিটি, পৰিবৰ্ধিত আৰাম আৰু উন্নত ইন্ধন দক্ষতা প্ৰদান কৰা এটা ডাইৰেক্ট ড্ৰাইভ গীয়েৰবক্সৰ সৈতে আগবঢ়োৱা হৈছে।

1835

জিডব্লিউভি

30 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

702 CC

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

 Safety
  • 5X উন্নত পোহৰ প্ৰাবল্য যুক্ত অধিক ডাঙৰ হেডলেম্প
  • নিশা আৰু পুৱাৰ ভাগত সুৰক্ষিতভাৱে গাড়ী চলাবলৈ উন্নত ফোকাছ ৰেঞ্জ

Drivability
  • উন্নত ড্ৰাইভেবিলিটি, উন্নত ইন্ধন দক্ষতা আৰু নিম্ন NVH যুক্ত নতুন ডাইৰেক্ট ড্ৰাইভ গীয়েৰ বক্স
  • 35% হ্ৰাসকৃত ষ্টীয়েৰিং এফৰ্ট যুক্ত নতুন ষ্টীয়েৰিং বক্স

Comfort
  • এৰ্গোনমিক ড্ৰাইভিঙৰ বাবে হেড ৰেষ্ট আৰু অতিৰিক্ত ৰীয়েৰ ৱাৰ্ড ট্ৰেভেল যুক্ত এৰ্গোনমিক ছীট।
  • উত্তম ড্ৰাইভিং অবিজ্ঞতাৰ বাবে পেণ্ডুলাৰ APM মডিউল

Pick Up
  • অধিক পাৱাৰ আৰু পিকআপ আগবঢ়োৱা এটা 2 চিলিণ্ডাৰ 702cc টাৰ্বো চাৰ্জড ইণ্টাৰ কুল্ড ইঞ্জিন
  • 16.17 kW (পাৱাৰ মোড) আৰু 12.5 kW (চিটি মোড)ৰ অধিক পাৱাৰ
  • 55 Nm (পাৱাৰ মোড) আৰু 40 Nm (চিটি মোড)ৰ অধিক টৰ্ক
  • একচিলেৰেশ্যনত 32% বৃদ্ধি (0-60 kmph)

Mileage
  • 5% অধিক মাইলেজ প্ৰদান কৰা নতুন ডাইৰেক্ট ড্ৰাইভ গীয়েৰ বক্স

Low Maintenance
  • সহজে চাৰ্ভিচ কৰিব পৰা ইঞ্জিন
  • দীঘলীয়া ছাৰ্ভিচ ব্যৱধান
  • 2 বছৰ/72000 কিঃমিঃ ৱাৰেণ্টী
ইঞ্জিন
প্ৰকাৰ 4 ষ্ট্ৰোক, টাৰ্বোচাৰ্জড ইণ্টাৰ কুল্ড, ডাইৰেক্ট ইঞ্জেকশ্যন কমন ৰেইল ডিজেল ইঞ্জিন
পাৱাৰ 16.17 kW (22 HP) @ 3600 +/-100 rpm চিটি মোড : 12.5 kW at 3600 +/-100 rpm
টৰ্ক পাৱাৰ মোড : 55 Nm @ 1800 to 2200 engine rpm; চিটি মোড : 40 Nm @1800 to 2200 engine rpm
গ্ৰেডেবিলিটি 35 % (পাৱাৰ মোড)
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ GBS G65-5/6.31
ষ্টীয়েৰিং মেনুৱেল ষ্ট্ৰীয়েৰিং ছিষ্টেম 27.9-30.4(ভিৰিয়েবল); 380 mm Dia
সৰ্বাধিক স্পীড ঘণ্টাত 65 কিঃমিঃ
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট পেৰাবলিক লীফ স্প্ৰিং যুক্ত ৰিজিড এক্সেল
ছাছপেন্সন ৰীয়েৰ ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং যুক্ত লাইভ এক্সেল
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 145 R12 LT 8PR RADIAL (টিউৱলেছ টাইপ)
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ 3800
প্ৰস্থ 1500
উচ্চতা 1845
হুইলবেছ 2100
ফ্ৰণ্ট ট্ৰেক 1300
ৰীয়েৰ ট্ৰেক 1320
গ্ৰাউণ্ড ক্লীয়েৰেন্স 160
ন্যূনতম টিচিআৰ 4300
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 1835
পেলোড CLB:900 | হাই ডেক:815
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি 35 % (পাৱাৰ মোড)
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ D+1
ৱাৰেণ্টী 3 বছৰ / 100,000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -

Applications

জড়িত বাহনবোৰ

Ace Gold Plus

Ace Gold Plus

1815 kg

জিডব্লিউভি

30 L

ফুৱেল টেংকৰ ক্ষমতা

702 cc

ইঞ্জিন

tata-ace-pro-small-img

এচ প্ৰ' পেট্ৰ'ল

1460 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ

ফুৱেল টেংকৰ ক্ষমতা

694 cc

ইঞ্জিন

Tata Coral Bi-fule

এচ প্ৰ' বাই-ফুৱেল

1535 কিঃগ্ৰাঃ

জিডব্লিউভি

চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L

ফুৱেল টেংকৰ ক্ষমতা

694cc engine

ইঞ্জিন

ace flex fuel

টাটা এচ ফ্লেক্স ফুৱেল

1460

জিডব্লিউভি

10 L

ফুৱেল টেংকৰ ক্ষমতা

694cc, 2 চিলিণ্ডাৰ, ... 694cc, 2 চিলিণ্ডাৰ, গেছোলিন ইঞ্জিন

ইঞ্জিন

NEW LAUNCH
Tata Ace New Launch