এচ ডিজেল
টাটা এচ ডিজেল-ত দিয়া হৈছে 14.7 kW (20HP) সৰ্বাধিক পাৱাৰ আৰু 45 Nm-ৰ সৰ্বাধিক টৰ্ক আগবঢ়োৱা এটা টাৰ্বোচাৰ্জড 2 চিলিণ্ডাৰ 702 CC ইঞ্জিন। ইয়াৰ অধিক লোড কৰিব পৰা ক্ষমতা, কম তত্বাৱধান আৰু অধিক ইন্ধন দক্ষতাৰ বাবে জনাজাত এচ-খনত লগতে দিয়া হৈছে সৰ্বাধিক উৎপাদনশীলমূলক কৰ্মক্ষমতাৰ বাবে বৰ্ধিত সুৰক্ষা, অধিক আৰাম আৰু অতি উত্তম ড্ৰাইভেবিলিটি প্ৰদান কৰা এটা উন্নীত কেবিন।
1675 কিঃগ্ৰাঃ
জিডব্লিউভি
30 লিঃ
ফুৱেল টেংকৰ ক্ষমতা
702 cc
ইঞ্জিন
অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক
- অধিক পাৱাৰ: 14.7 kW@ 3600 RPM (পাৱাৰ মোড) আৰু 13.2 kW @ 3600 RPM (চিটি মোড)
- অধিক টৰ্ক: 45 Nm (পাৱাৰ মোড) আৰু 39 Nm (চিটি মোড)
- হ্ৰাসকৃত ষ্টীয়েৰিং এফৰ্ট যুক্ত নতুন ষ্টীয়েৰিং বক্স
- 5X উন্নত পোহৰ প্ৰাবল্য যুক্ত অধিক ডাঙৰ হেডলেম্প
- হেড ৰেষ্ট যুক্ত এৰ্গোনমিক ছীট
- সহজে চাৰ্ভিচ কৰিব পৰা ইঞ্জিন
- দীঘলীয়া ছাৰ্ভিচ ব্যৱধান
ইঞ্জিন
| প্ৰকাৰ | 4 ষ্ট্ৰোক, নেচাৰেলী এস্পিৰেটেড, ডাইৰেক্ট ইঞ্জেকশ্যন কমন ৰেইল ডিজেল ইঞ্জিন |
| পাৱাৰ | পাৱাৰ মোড - 14.7 kW (20 HP)@ 3 600 r/min | চিটি মোড -13.2 kW(18HP) @ 3 600 r/min |
| টৰ্ক | পাৱাৰ মোড - 45 Nm @ 1 800 - 2 200 r/min চিটি মোড - 39 Nm @ 1 800 - 2 200 r/min |
| গ্ৰেডেবিলিটি | - |
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
| গীয়েৰ বক্সৰ প্ৰকাৰ | - |
| ষ্টীয়েৰিং | মেকানিকেল, ভেৰিয়েবল ৰেচিঅ' |
| সৰ্বাধিক স্পীড | 65 ঘণ্টা প্ৰতি কিঃমিঃ (পাৱাৰ মোড) |
ব্ৰেকসমূহ
| ব্ৰেকসমূহ | - |
| ৰিজেনেৰেটিভ ব্ৰেক | - |
| ছাছপেন্সন ফ্ৰণ্ট | পেৰাবলিক লীফ স্প্ৰিং |
| ছাছপেন্সন ৰীয়েৰ | ছেমি - এলিপ্টিকেল লীফ স্প্ৰিং |
হুইল আৰু টায়াৰসমূহ
| টায়াৰসমূহ | 145 R12 LT 8PR RADIAL (টিউৱলেছ টায়াৰ) |
বাহনৰ আকাৰ (মিঃমিঃ)
| দীঘ | 3800 মিঃমিঃ |
| প্ৰস্থ | 1500 মিঃমিঃ |
| উচ্চতা | 1845 মিঃমিঃ |
| হুইলবেছ | 2100 মিঃমিঃ |
| ফ্ৰণ্ট ট্ৰেক | 1300 মিঃমিঃ |
| ৰীয়েৰ ট্ৰেক | 1320 মিঃমিঃ |
| গ্ৰাউণ্ড ক্লীয়েৰেন্স | 160 মিঃমিঃ |
| ন্যূনতম টিচিআৰ | 4300 মিঃমিঃ |
ওজন (কিঃগ্ৰাঃ)
| জিভিডব্লিউ | 1675 কিঃগ্ৰাঃ |
| পেলোড | 750 কিঃগ্ৰাঃ |
বেটাৰী
| বেটাৰী ৰসায়ন | - |
| বেটাৰীৰ শক্তি (kWh) | - |
| আইপি ৰেটিং | - |
| প্ৰমাণিত ৰেঞ্জ | - |
| মন্থৰ চাৰ্জিং সময় | - |
| দ্ৰুত চাৰ্জিং সময় | - |
কৰ্মক্ষমতা
| গ্ৰেডেবিলিটি | - |
ছীটিং আৰু ৱাৰেণ্টী
| আসনসমূহ | - |
| ৱাৰেণ্টী | 3 বছৰ / 100 000 কিঃমিঃ (যিটোৱেই আগতে হয়) |
| বেটাৰীৰ ৱাৰেণ্টী | - |
জড়িত বাহনবোৰ
এচ প্ৰ' পেট্ৰ'ল
1460 কিঃগ্ৰাঃ
জিডব্লিউভি
পেট্ৰল - 10 লিটা ... পেট্ৰল - 10 লিটাৰ
ফুৱেল টেংকৰ ক্ষমতা
694 cc
ইঞ্জিন
এচ প্ৰ' বাই-ফুৱেল
1535 কিঃগ্ৰাঃ
জিডব্লিউভি
চিএনজি: 45 লিটাৰ ... চিএনজি: 45 লিটাৰ (1 চিলিণ্ডাৰ) + পেট্ৰল : 5 L
ফুৱেল টেংকৰ ক্ষমতা
694cc engine
ইঞ্জিন
টাটা এচ ফ্লেক্স ফুৱেল
1460
জিডব্লিউভি
10 L
ফুৱেল টেংকৰ ক্ষমতা
694cc, 2 চিলিণ্ডাৰ, ... 694cc, 2 চিলিণ্ডাৰ, গেছোলিন ইঞ্জিন
ইঞ্জিন
NEW LAUNCH








