• Image
    intra v20 gold left
  • Image
    intra v20 gold side
  • Image
    intra v20 gold back

ইন্ট্ৰা V20 গ'ল্ড

আমাৰ 'প্ৰিমিয়াম টাফ' ডিজাইন দৰ্শনৰ ওপৰত নিৰ্মিত, এই টাটা ইন্ট্ৰা V20 গ'ল্ড পিকআপ হৈছে ভাৰতৰ প্ৰথমখন আৰু বাই-ফুৱেল পিকআপ (চিএনজি + পেট্ৰল)। এক উদ্বেগ-মুক্ত যাতায়ত ব্যৱস্থা প্ৰদান কৰাৰ ধাৰণাৰে অনুপ্ৰাণিত, এই ইন্ট্ৰা V20 গ'ল্ড পিকআপখনে নিৰৱচ্ছিন্নভাৱে কাম কৰাৰ সুবিধা আগবঢ়োৱাৰ লগতে ইয়াত দিয়া হৈছে 800 কিলোমিটাৰৰ এটা সম্প্ৰসাৰিত ৰেঞ্জ।

2550 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰ'ল ইন্ধন ট ... পেট্ৰ'ল ইন্ধন টেংক - 35L / 5L চিএনজি চিলিণ্ডাৰ - 110 L(45L+35L আৰু 30L)

ফুৱেল টেংকৰ ক্ষমতা

1199 CC ডিআই ইঞ্ ... 1199 CC ডিআই ইঞ্জিন

ইঞ্জিন

অধিক মাইলেজ আৰু অধিক পিকআপৰ যোগেদি অধিক উপাৰ্জন কৰক

STURDY AND ROBUST BUILD
  • 2690 মিঃমিঃ (8.8') x 1620 মিঃমিঃ (5.3') x 300 মিঃমিঃৰ ক্লাছ লীডিং লোড বডী দৈৰ্ঘ
  • বাইউ-ফুৱেল পিকআপৰ বাবে 1200 কিঃগ্ৰাঃৰ সৰ্বাধিক ৰেটপ্ৰাপ্ত পেলোড সামৰ্থতা
  • 165 R14 LT 8PR (টিউৱলেছ) টায়াৰ
  • দূৰণিৰ ঠাইবোৰত উপনীত হ'বৰ বাবে সকলো ভূখণ্ডতে চলাৰ সামৰ্থতা

HIGH POWER
  • 1.2L, তিনিটা চিলিণ্ডাৰ, NGNA বাইফুৱেল চিএনজি ইঞ্জিন
  • শক্তি পেট্ৰল: 43 kW @ 4000 RPM | চিএনজি: 39 kW @ 4000 RPM
  • টৰ্ক 106 Nm @ 1800 - 2200 RPM (পেট্ৰল) | 95 Nm @ 1800 - 2200 RPM (চিএনজি)

HIGH PERFORMANCE
  • কঠিন ছাছপেন্সন
  • অধিক গ্ৰাউণ্ড ক্লীয়েৰেন্স: 175 মিঃমিঃ
  • ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং ছাছপেন্সন
  • হাইড্ৰ' ফৰ্মিং চেচিছৰ পৰা অধিক শক্তি আৰু কঠিনতা

BIG ON COMFORT
  • ডেশ্ববোৰ্ডত লগোৱা গীয়েৰ লিভাৰৰ পৰা ৱাক-থ্ৰু কেবিনৰ সুবিধা
  • ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰিক পাৱাৰ ষ্টীয়েৰিঙৰ পৰা উত্তম ড্ৰাইভেবিলিটি

TATA ADVANTAGE
  • 3 বছৰ / 1 00 000 কিঃমিঃৰ প্ৰামাণিক ৱাৰেণ্টী (যিটোৱেই আগতে হয়)
  • 24-ঘণ্টীয়া টুল-ফ্ৰী হেল্পলাইন নম্বৰ (1800 209 7979)
  • মানসিক প্ৰশান্তি: টাটা সমৰ্থ আৰু সম্পূৰ্ণ সেৱা পেকেজ
ইঞ্জিন
প্ৰকাৰ -
পাৱাৰ 43 kW @ 4000 RPM চিএনজি: 39 kW @ 4000 RPM
টৰ্ক পেট্ৰল: 106 Nm @ 1800 - 2200 RPM চিএনজি: 95 Nm @ 1800 - 2200 RPM
গ্ৰেডেবিলিটি -
ক্লাচ্চ আৰু ট্ৰান্সমিশ্যন
গীয়েৰ বক্সৰ প্ৰকাৰ -
ষ্টীয়েৰিং ইলেক্ট্ৰিক পাৱাৰ এছিষ্টেড
সৰ্বাধিক স্পীড -
ব্ৰেকসমূহ
ব্ৰেকসমূহ ফ্ৰণ্ট - ডিস্ক ব্ৰেক; ৰীয়েৰ - ড্ৰাম ব্ৰেক
ৰিজেনেৰেটিভ ব্ৰেক -
ছাছপেন্সন ফ্ৰণ্ট ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং
ছাছপেন্সন ৰীয়েৰ ছেমি-এলিপ্টিকেল লীফ স্প্ৰিং
হুইল আৰু টায়াৰসমূহ
টায়াৰসমূহ 165 R14 LT 8PR (টিউৱলেছ)
বাহনৰ আকাৰ (মিঃমিঃ)
দীঘ -
প্ৰস্থ -
উচ্চতা -
হুইলবেছ 2450 মিঃমিঃ
ফ্ৰণ্ট ট্ৰেক -
ৰীয়েৰ ট্ৰেক -
গ্ৰাউণ্ড ক্লীয়েৰেন্স 175 মিঃমিঃ
ন্যূনতম টিচিআৰ 5675 মিঃমিঃ
ওজন (কিঃগ্ৰাঃ)
জিভিডব্লিউ 2550 কিঃগ্ৰাঃ
পেলোড 1200 কিঃগ্ৰাঃ
বেটাৰী
বেটাৰী ৰসায়ন -
বেটাৰীৰ শক্তি (kWh) -
আইপি ৰেটিং -
প্ৰমাণিত ৰেঞ্জ -
মন্থৰ চাৰ্জিং সময় -
দ্ৰুত চাৰ্জিং সময় -
কৰ্মক্ষমতা
গ্ৰেডেবিলিটি -
ছীটিং আৰু ৱাৰেণ্টী
আসনসমূহ -
ৱাৰেণ্টী 3 বছৰ / 100 000 কিঃমিঃ (যিটোৱেই আগতে হয়)
বেটাৰীৰ ৱাৰেণ্টী -

Applications

জড়িত বাহনবোৰ

Tata Intra V20

ইন্ট্ৰা V20

2265

জিডব্লিউভি

35/5 L চিএনজি চি ... 35/5 L চিএনজি চিলিণ্ডাৰ সামৰ্থ্য- 80 L(45L+35L)

ফুৱেল টেংকৰ ক্ষমতা

1199 cc

ইঞ্জিন

TATA Intra V70 Gold

ইন্ট্ৰা V70

3490 কিঃগ্ৰাঃ

জিডব্লিউভি

35 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

1497 cc

ইঞ্জিন

Tata Intra V20 Gold

ইন্ট্ৰা V20 গ'ল্ড

2550 কিঃগ্ৰাঃ

জিডব্লিউভি

পেট্ৰ'ল ইন্ ... পেট্ৰ'ল ইন্ধন টেংক - 35L / 5L চিএনজি চিলিণ্ডাৰ - 110 L(45L+35L আৰু 30L)

ফুৱেল টেংকৰ ক্ষমতা

1199 CC ডিআই ইঞ্জিন

ইঞ্জিন

TATA Intra V50 Gold

ইন্ট্ৰা V50 গ'ল্ড

3160 কিঃগ্ৰাঃ

জিডব্লিউভি

35 লিঃ

ফুৱেল টেংকৰ ক্ষমতা

1497 CC

ইঞ্জিন